ETV Bharat / bharat

নেপালৰ মানচিত্ৰ সংশোধনৰ বাবে নিম্ন সদনত বিধেয়ক উখাপন - নিম্ন সদন

নেপালৰ মানচিত্ৰ পুনৰ গঠনৰ বাবে নিম্ন সদনত বিধেয়ক উখাপন । ভাৰতত অৱস্থিত লিম্পিয়াধুৰা,কালাপানী আৰু লিপুলেখ অঞ্চলক নেপালত অন্তভুক্ত কৰাৰ বাবে চেষ্টা দেশখনৰ ।

nepals-lawmakers-have-72-hours-to-propose-amendments-over-map-bill

author img

By

Published : Jun 10, 2020, 8:59 PM IST

নিউজ ডেস্ক, ১০ জুন : লক ডাউনৰ মাজতে নেপালৰ সাংসদ সকলে নিম্ন সদনত সংবিধান সংশোধনী বিধেয়ক উখাপন কৰা হৈছে । যাৰ জৰিয়তে দেশখনৰ নতুন মানচিত্ৰ গ্ৰহণৰ চেষ্টা চলোৱা হৈছে ।

nepals-lawmakers-have-72-hours-to-propose-amendments-over-map-bill
নেপালৰ মানচিত্ৰ সংশোধনৰ বাবে নিম্ন সদনত বিধেয়ক উখাপন

নেপালৰ সংসদীয় বিষয়ক মন্ত্ৰী শিবামায়া তুম্বাহাংফেকে ৩০ মে'ত মানচিত্ৰ সংশোধনীৰ বাবে সংসদত বিধেয়ক উখাপন কৰিছিল । ২৮ মে'ত ভাৰতৰ ফালৰ পৰা কোৱা হৈছিল যে, নেপালৰ সৈতে পাৰস্পৰিক সম্পৰ্ক অতুত ৰখাৰ বাবে দেশৰ সীমা সম্পৰ্কত আলোচনা কৰা হৈছিল । কিন্তু পৰৱৰ্তী সময়ত কাঠমাণ্ডত নতুন ৰাজনৈতিক মানচিত্ৰ গঠন কৰা হ'ল যত ভাৰতত অৱস্থিত লিম্পিয়াধুৰা,কালাপানী আৰু লিপুলেখ অঞ্চলক নেপালত অন্তভুক্ত কৰাৰ বাবে চেষ্টা চলাইছে ।

লগতে পঢ়ক : পাকিস্তানত বৃদ্ধি পাইছে কোভিড-১৯ আক্ৰান্তৰ সংখ্যাঃ বিশ্ব স্বাস্থ্য সংস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.