ETV Bharat / bharat

দেশৰ অৰ্থব্যৱস্থাক আগুৱাই নিবলৈ MGNREGA, NYAY ৰ দৰে আঁচনি ৰূপায়ন কৰকঃ ৰাহুল গান্ধী

author img

By

Published : Aug 11, 2020, 3:21 PM IST

কংগ্ৰেছে চৰকাৰক ৰাষ্ট্ৰীয় গ্ৰামীণ সংস্থাপনৰ নিশ্চিয়তা অধিনিয়ম (MGNREGA) ক বৃদ্ধি কৰা আৰু কৰ‘ণা মহামাৰীৰ এই সংকটকালীন সময়ছোৱাত সৃষ্টি হোৱা নিৱনুৱা সমস্যাক সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় ৷

Necessary to implement MGNREGA, NYAY; will boost economy: Rahul
দেশৰ অৰ্থব্যৱস্থাক আগুৱাই নিবলৈ MGNREGA, NYAY ৰ দৰে আঁচনি ৰূপায়ন কৰকঃ ৰাহুল গান্ধী

নিউজ ডেস্ক, 11 আগষ্ট : কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মঙলবাৰে কয় যে, দেশৰ চহৰসমূহত বৃদ্ধি পোৱা নিৱনুৱা সমস্যা লগতে সমগ্ৰ দেশতে বৃদ্ধি পোৱা দৰিদ্ৰতাৰ দ্বাৰা প্ৰভাৱিত লোকৰ সহায়ৰ বাবে এম জি এনেৰেগা আঁচনি আৰু দলৰ দ্বাৰা প্ৰস্তাৱিত নিম্নতম আয়ৰ নিশ্চিয়তা যোজনা আদিৰ দৰে আঁচনিসমূহ প্ৰণয়ন কৰিবলৈ দাবী জনায় ৷

কংগ্ৰেছে চৰকাৰক ৰাষ্ট্ৰীয় গ্ৰামীণ সংস্থাপনৰ নিশ্চিয়তা অধিনিয়ম (MGNREGA) ক বৃদ্ধি কৰা আৰু কৰ‘ণা মহামাৰীৰ এই সংকটকালীন সময়ছোৱাত সৃষ্টি হোৱা নিৱনুৱা সমস্যাক সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় ৷

কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে টুইট কৰি কয় যে, "চহৰত কৰ্মসংস্থাপনৰ অভাৱত প্ৰভাৱিত লোকৰ বাবে মনেৰেগাৰ দৰে আঁচনি আৰু দেশৰ দৰিদ্ৰ লোকৰ বাবে NYAY আঁচনি ৰূপায়ণ কৰাৰ আৱশ্যক " ৷

লগতে পঢ়ক : গোৱাত সুৰংগৰ দেৱাল খহি ব্যাহত ৰে’লসেৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.