ETV Bharat / bharat

সাধাৰণ নিৰ্বাচনঃ দেশত জব্দ কোটি কোটি টকা

author img

By

Published : May 19, 2019, 11:04 PM IST

সাধাৰণ নিৰ্বাচনত 839.03 কোটি নগদ ধনসহ 294.41 কোটি টকাৰ সুৰা , 1270.07 কোটি টকাৰ নিচাযুক্ত সামগ্ৰী,প্ৰায় 986 কোটি টকাৰ মূল্যবান ধাতুৰ সামগ্ৰী,58.56 টকাৰ অন্য মূল্যবান সামগ্ৰী জব্দ ৷

LS polls

নতুন দিল্লী, 19 মে' : সমগ্ৰ দেশত সাতটা পৰ্যায়ত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনৰ অন্ত পৰে 19 মে'ত ৷ 19 মে' পৰ্যন্ত নিৰ্বাচন আয়োগে দেশত জব্দ কৰে প্ৰায় 3449 টকাৰ সামগ্ৰী ৷ নিৰ্বাচন আয়োগে দেওবাৰে প্ৰকাশ কৰে এই তথ্য ৷তথ্য অনুসৰি এই পৰিমাণ 2014 চনৰ লোকসভা নিৰ্বাচনতকৈ 3 গুণ অধিক ৷
নিৰ্বাচন আয়োগে প্ৰকাশ কৰা অনুসৰি 10 মাৰ্চৰ পৰা 19 মে' পৰ্যন্ত প্ৰায় 839.03 কোটি নগদ ধনসহ 294.41 কোটি টকাৰ সুৰা , 1270.07 কোটি টকাৰ নিচাযুক্ত সামগ্ৰী , প্ৰায় 986 কোটি টকা ধাতুবীয় সামগ্ৰী,58.56 টকাৰ অন্য
মূল্যবান সামগ্ৰী জব্দ ৷ 2014 চনৰ নিৰ্বাচনৰ সময়চোৱাত 1,206 কোটি টকাৰ সামগ্ৰী জব্দ কৰা হৈছিল ৷

Nearly Rs 3,500 crore worth cash, liquor, drugs seized during LS polls

সাধাৰণ নিৰ্বাচন : দেশত জব্দ প্ৰায় 3,500 কোটি টকাৰ সম্পত্তি 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.