ETV Bharat / bharat

মোডীৰ নেতৃত্বতে উত্তৰ-পূৰ্বাঞ্চলত ক্ষীপ্ৰ হ'ব উন্নয়নৰ গতিঃ ড0 জিতেন্দ্ৰ সিং

বিগত পাঁচ বছৰত উত্তৰ-পূবৰ ভিতৰুৱা অঞ্চলসমূহত যাতায়ত তথা আন্তঃগাঁথনিৰো উন্নয়ন হোৱা পৰিলক্ষিত হৈছে বুলি দাবী কৰে মন্ত্ৰীগৰাকীয়ে ৷ তথ্য অনুসৰি বিগত সময়ছোৱাৰ বিভিন্ন উন্নয়নমূলক দিশৰ প্ৰতি লক্ষ্য ৰাখিয়েই ড0 জিতেন্দ্ৰ সিঙক একেৰাহে দ্বিতীয়বাৰলৈ ড'নাৰ মন্ত্ৰী হিচাপে দায়িত্বভাৰ অৰ্পণ কৰা হয় ৷

একেৰাহে দ্বিতীয় বাৰলৈ ড'নাৰ মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ মন্ত্ৰী ডo জিতেন্দ্ৰ সিঙৰ
author img

By

Published : Jun 1, 2019, 6:25 PM IST

নিউজ ডেস্ক, 1 জুনঃ একেৰাহে দ্বিতীয় বাৰলৈ উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন দপ্তৰৰ মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে মন্ত্ৰী ডo জিতেন্দ্ৰ সিঙে ৷ বিভাগটোৰ দায়িত্ব গ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত উত্তৰ-পূবৰ ৰাজ্যসমূহে আৰু অধিক উন্নয়ন কৰিবলৈ সক্ষম হ'ব বুলি উল্লেখ কৰে ড'নাৰ মন্ত্ৰী ড0 জিতেন্দ্ৰ সিঙে ৷ তেওঁ কয় যে বিগত পাঁচ বছৰে উত্তৰ-পূবৰ ৰাজ্যসমূহত যথেষ্ট বিকাশ হৈছে আৰু এইবাৰো প্ৰধানমন্ত্ৰীৰ নেতৃত্বত এই উন্নয়নৰ ধাৰা অব্যাহত ৰখাৰ সকলো প্ৰচেষ্টাই হাতত লোৱা হ'ব ৷

একেৰাহে দ্বিতীয় বাৰলৈ ড'নাৰ মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ মন্ত্ৰী ডo জিতেন্দ্ৰ সিঙৰ

তদুপৰি বিগত পাঁচ বছৰত উত্তৰ-পূবৰ ভিতৰুৱা অঞ্চলসমূহত যাতায়ত তথা আন্তঃগাঁথনিৰো উন্নয়ন হোৱা পৰিলক্ষিত হৈছে বুলি দাবী কৰে মন্ত্ৰীগৰাকীয়ে ৷ তথ্য অনুসৰি বিগত সময়ছোৱাৰ বিভিন্ন উন্নয়নমূলক দিশৰ প্ৰতি লক্ষ্য ৰাখিয়েই ড0 জিতেন্দ্ৰ সিঙক একেৰাহে দ্বিতীয়বাৰলৈ ড'নাৰ মন্ত্ৰী হিচাপে দায়িত্বভাৰ অৰ্পণ কৰা হয় ৷

Intro:New Delhi: DoNER Minister Dr Jitendra Singh on Friday said that northeastern states would witness more development under Prime Minister Narendra Modi's leadership.

Body:Dr Singh assumes charge as the minister for Development of North Rastern Region (DoNER) for the second consecutive terms.

"The northeastern states have witnessed a tremendous development in the last five years. I am hopeful that this time too I will be able to fulfill the expectations of Hon'ble Prime Minister as well as the people of Northeast," said Dr Singh.

In fact, in the last five years the landlocked region has witnessed development both the connectivity and infrastructure.

Conclusion:Sources in the government said that looking into the performance of the minister, Prime Minister Narendra Modi has again bestowed the responsibility of DoNER ministry to Dr Singh.

Immediately after taking charge, the minister had took a review meeting with his officials at the Vigyan Bhawan annexue.

end.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.