ETV Bharat / bharat

নিৰুদ্দিষ্ট শিক্ষকক বিচাৰি কামেং নদীত অভিযান এন.ডি.আৰ.এফৰ - অৰুনাচল প্ৰদেশৰ কামেং নদী

অৰুনাচল প্ৰদেশৰ কামেং নদীত মাছ মৰিবলৈ গৈ সন্ধানহীন হয় দুজন লোক ৷ দুয়োজন পূৱ কামেং জিলাৰ চেপাৰ ৱাটাৰলেণ্ড ৰেছিদেন্টেল বিদ্যালয়ৰ শিক্ষক ৷ কামেং নদীত বিগত ১৫দিন ধৰি চলি আছে এন.ডি.আৰ.এফৰ অভিযান ৷ ইতিমধ্যে অটোম ৰত্নাৰ নামৰ শিক্ষকগৰাকীৰ মৃতদেহ উদ্ধাৰ ৷

ndrf-rescue-operation-in-kameng-river-arunachal-pradesh
নিৰুদ্দিষ্ট শিক্ষকক বিচাৰি কামেং নদীত অভিযান এন.ডি.আৰ.এফৰ
author img

By

Published : May 9, 2020, 12:00 PM IST

তেজপুৰ, ৯ মে'ঃ অৰুনাচল প্ৰদেশৰ পূৱ কামেং জিলাৰ চেপাৰ কামেং নদীত সন্ধান দুজন শিক্ষক ৷ দুয়োজন পূৱ কামেং জিলাৰ চেপাৰ ৱাটাৰলেণ্ড ৰেছিদেন্টেল বিদ্যালয়ৰ শিক্ষক ৷ কামেং নদীত মাছ মৰিবলৈ গৈ সন্ধানহীন হয় শিক্ষক দুগৰাকী ৷

N.D.RF rescue operation in kameng river, Arunachal Pradesh
কামেং নদীত এন.ডি.আৰ.এফৰ অভিযান

এন.ডি.আৰ.এফৰ অভিযান

কামেং নদীত অভিযান এন.ডি.আৰ.এফৰ

এন.ডি.আৰ.এফৰ বাহিনীৰ অভিযান
আনন্দ তপো (৩৫) আৰু অটোম ৰত্না (৩২) নামৰ শিক্ষক দুগৰাকী মিজোৰামৰ বাসিন্দা ৷ ইতিমধ্যে তেঁওলোকক বিচাৰি বিগত ১৫দিন ধৰি চলি আছে এন ডি আৰ এফ বাহিনীৰ অভিযান ৷ জানিব পৰা মতে, এপ্ৰিল মাহৰ ২৪ তাৰিখে কামেং নদীত নমাৰ পিছৰ পৰাই নিৰুদ্দেশ হৈছিল দুয়োগৰাকী শিক্ষক ৷ ইতিমধ্যে এন ডি আৰ এফ বাহিনীৰ অভিযান যোগে অটোম ৰত্নাৰ নামৰ শিক্ষকগৰাকীৰ মৃতদেহ উদ্ধাৰ ৷ কিন্তু এতিয়ালৈকে কোনো সন্ধান ওলোৱা নাই ৩৫ বছৰীয়া আনন্দ তপো নামৰ শিক্ষকগৰাকীৰ ৷

এন.ডি.আৰ.এফ বাহিনী

ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ বিভাগৰ দলে শনিবাৰেও শিক্ষকগৰাকীক বিচাৰি অৰুনাচলৰ পৰ্বতীয়া নদীত অভিযান অব্যাহত ৰাখিছে ৷ ইতিমধ্যে এন.ডি.আৰ.এফ বাহিনীয়ে জনোৱা মতে, খৰ শ্ৰোতা নদী কামেঙৰ সোঁতৰ কৱলত বহুবাৰ বিঘ্নিত হৈছে উদ্ধাৰ অভি়যান ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.