ETV Bharat / bharat

নেশ্যনেল ৰেষ্টলিঙ চেম্পিয়নশ্চিপ : প্ৰথম দিনটোতে সোণ আজুৰিলে পংকজ আৰু ৰৱিন্দৰে

শনিবাৰৰ পৰা নয়ডাত আৰম্ভ নেশ্যনেল ৰেষ্টলিঙ চেম্পিয়নশ্চিপ ৷ শনিবাৰে অনুষ্ঠিত হ'ল 57 কিলোগ্ৰাম, 61 কিলোগ্ৰাম, 74 কিলোগ্ৰাম, 92 কিলোগ্ৰাম আৰু 125 কিলোগ্ৰাম শাখাৰ প্ৰতিযোগিতা ৷ দেওবাৰে ক্ৰমে 65 কিলোগ্ৰাম, 70 কিলোগ্ৰাম, 86 কিলোগ্ৰাম আৰু 97 কিলোগ্ৰাম শাখাৰ বাবে প্ৰতিযোগিত অনুষ্ঠিত হ'ব ৷

author img

By

Published : Jan 23, 2021, 11:02 PM IST

National Wrestling C'ship: Pankaj, Ravinder win gold on opening day

নেচনেল ডেস্ক, 23 জানুৱাৰী: নয়ডাত আয়োজিত নেশ্যনেল ৰেষ্টলিঙ চেম্পিয়নশ্চিপৰ অংশ হিচাপে শনিবাৰে অনুষ্ঠিত 65 সংখ্যক মেন চিনিয়ৰ ফ্ৰিষ্টাইল নেশ্যনেল ৰেষ্টলিঙ চেম্পিয়নশ্চিপৰ 57 কেজি আৰু 61 কেজি শাখাত শনিবাৰে পংকজ আৰু ৰৱিন্দৰে সোণৰ পদক আজুৰি আনিবলৈ সক্ষম হয় ৷

57 কিলোগ্ৰাম শাখাত হাৰিয়ানাৰ অমনে ৰূপৰ পদক লাভ কৰাৰ পৰিৱৰ্তে শুভম আৰু ৰাহুল দুয়ো ব্ৰঞ্জৰ পজক লাভ কৰিবলৈ সক্ষম হয় ৷ ইফালে 61 কিলোগ্ৰাম শাখাত মহাৰাষ্ট্ৰৰ সুৰজে ৰূপৰ পদক লাভ কৰাৰ পৰিৱৰ্তে নবীন আৰু চ'নবা টানাজীয়ে ব্ৰঞ্জৰ পদক লাভ কৰে ৷

74 কিলোগ্ৰাম শাখাত পঞ্জাৱৰ সন্দীপ সিঙে সোণৰ পদক লাভ কৰাৰ পৰিৱৰ্তে ৰে'লৱেৰ জিতেন্দৰে ৰূপৰ পদক আৰু অমিত আৰু বিজয়ে ব্ৰঞ্জ লাভ কৰে ৷

ঠিক একেদৰে 92 কিলোগ্ৰাম শাখাত ৰে'লৱেৰ প্ৰৱীনে সোণ, মহাৰাষ্ট্ৰৰ পৃথ্বীৰাজে ৰূপ, পঞ্জাৱৰ লভপ্ৰীত সিঙ আৰু ৰে'লৱেৰ গোপাল যাদৱে ব্ৰঞ্জৰ পদক লাভ কৰে ৷ জানিব পৰা মতে 125 কিলোগ্ৰাম শাখাত সুমিতে সোণ, হাৰিয়ানাৰ দীনেশ ধনকৰে ৰূপ আৰু হাৰিয়ানাৰে প্ৰত্যক্ষ আৰু ৰাজস্থানৰ অনিল কুমাৰে ব্ৰঞ্জ লাভ কৰে ৷

57 কিলোগ্ৰাম, 61 কিলোগ্ৰাম, 74 কিলোগ্ৰাম, 92 কিলোগ্ৰাম আৰু 125 কিলোগ্ৰাম শাখাৰ প্ৰতিযোগিতা সমূহ শনিবাৰে অনুষ্ঠিত হৈ যায় ৷ সেই অনুসৰি দেওবাৰে ক্ৰমে 65 কিলোগ্ৰাম, 70 কিলোগ্ৰাম, 86 কিলোগ্ৰাম আৰু 97 কিলোগ্ৰাম শাখাৰ বাবে প্ৰতিযোগিতা সমূহ অনুষ্ঠিত হ'ব ৷

লগতে পঢ়ক:ভাৰত বনাম অষ্ট্ৰেলিয়া : ভাৰতৰ ঐতিহাসিক জয়ৰ পাচত প্ৰশংসাত পঞ্চমুখ বি-টাউন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.