ETV Bharat / bharat

ক'ভিড-১৯ ক ৰোধিবলৈ নেন' প্লাষ্টিক শ্বীটৰ আৱিষ্কাৰ ! কি এই নেন' টেকন'লজি ? - কৰ'ণা ভাইৰাছ

কৰ্ণাটৰ শিমোগাৰ এদল যুৱক-যুৱতীৰ গোটে নেন' টেকন'লজিৰ ব্যৱহাৰ কৰি কৰ'ণা ভাইৰাছক ধ্বংস কৰাৰ বাবে এক নতুন প্লাষ্টিক শ্বীটৰ আৱিষ্কাৰ কৰিছে।

ক'ভিড-১৯ ক ৰোধিবলৈ নেন' প্লাষ্টিক শ্বীটৰ আৱিষ্কাৰ ! কি এই নেন' টেকন'লজি ?
author img

By

Published : Sep 28, 2020, 7:08 PM IST

নিউজ ডেস্ক, ২৮ ছেপ্টেম্বৰ: কৰʼণা ভাইৰাছে বিশ্বজুৰি মহামাৰীৰ ৰূপ ধাৰণ কৰিছে। কেবাখনো দেশে এই মাৰাত্মক ভাইৰাছৰ প্ৰতিষেধক আৱিষ্কাৰৰ বাবে সংঘৰ্ষ অব্যাহত ৰাখিছে । কেবাখনো দেশে কভিড১৯ ৰ প্ৰতিষেধক প্ৰস্তুত কৰাৰ ক্ষেত্ৰত বহু পৰিমাণে আগবাঢ়িছে বুলি আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম সমূহে ইতিমধ্যে বাতৰি সম্প্ৰচাৰ কৰি আহিছে ।

Nano technology invented
ক'ভিড-১৯ ক ৰোধিবলৈ নেন' প্লাষ্টিক শ্বীটৰ আৱিষ্কাৰ ! কি এই নেন' টেকন'লজি ?

এইবাৰ ভাৰতৰে কৰ্ণাটৰ শিমোগাৰ এদল যুৱক-যুৱতীৰ গোটে নেন' টেকন'লজিৰ ব্যৱহাৰ কৰি কৰ'ণা ভাইৰাছক ধ্বংস কৰাৰ বাবে এক নতুন প্লাষ্টিক শ্বীটৰ আৱিষ্কাৰ কৰিছে।

গৱেষক সকলৰ মতে, এই নেন' প্লাষ্টিক শ্বীটত কৰ'ণা ভাইৰাছে থিতাপি ল'লেও ২ ঘণ্টা ৫৪ মিনিটৰ ভিতৰত ভাইৰাছ বিধ নিজে নিজে ধ্বংস হয়। তদুপৰি ভাইৰাছে এই শ্বীটৰ পৰা বেলেগলৈ স্থানান্তৰিত হ'ব‌ও নোৱাৰে আৰু এই নেন' প্লাষ্টিক শ্বীটৰ ব্যৱহাৰ হাস্পতাল, ঘৰ আৰু অন্য কেবাটাও স্থানত কৰিব পৰা যাব।

এই প্লাষ্টিক নেন' টেকন'লজি শ্বীট চমুকৈ ক'ভিড গাৰ্ড শিমোগা চহৰৰ ঔদ্যোগিক ক্ষেত্ৰত অৱস্থিত বালাজি পলিপেক আৰু এড-নেন' টেকন'লজি প্ৰাইভেট লিমিটেডে যৌথ ভাৱে প্ৰস্তুত কৰি উলিয়াইছে।

লগতে পঢ়ক: স্বগৃহ পালেহি সেনা বিষয়া লেফ. কৰ্ণেল মায়ংক বৰাৰ নশ্বৰদেহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.