ETV Bharat / bharat

অমৰনাথ যাত্ৰাত অঘটনঃ 24 জন তীৰ্থযাত্ৰীৰ মৃত্যুৰ - DIED

24 জনলৈ বৃদ্ধি হ’ল অমৰনাথ যাত্ৰালৈ যোৱা ভক্তৰ মৃত্যুৰ সংখ্যা ৷ 2 জুলাইৰ পৰা আৰম্ভ হোৱা এই যাত্ৰাৰ অন্ত পৰিব অহা 15 আগষ্টত ৷

24 জনলৈ বৃদ্ধি অমৰনাথ যাত্ৰালৈ যোৱা ভক্তৰ মৃত্যুৰ সংখ্যা
author img

By

Published : Jul 22, 2019, 8:42 PM IST

নিউজ ডেস্ক, 22 জুলাইঃ অমৰযাত্ৰাত অঘটন ৷ 24 জনলৈ বৃদ্ধি হ’ল অমৰনাথ যাত্ৰালৈ যোৱা ভক্তৰ মৃত্যুৰ সংখ্যা ৷ অমৰযাত্ৰাৰ আৰম্ভণিৰ পৰাই বৰ্তমানলৈকে অতি কমেও চৌব্বিশজন লোকে মৃত্যুক আঁকোৱালি লগা হৈছে ৷ ইটিভি ভাৰতৰ সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰিছে ইণ্ডো-তিব্বেতিয়ান পুলিচ ফৰ্চৰ সদস্য বিবেক পাণ্ডেয়ে ৷ তেওঁ কয় যে যাত্ৰীৰ সুবিধাৰ্থে বৰ্তমান 77 টা চিকিৎসকৰ দল নিয়োজিত কৰা হৈছে ৷ সকলো চিকিৎসকৰ দলতে পৰ্যাপ্ত পৰিমাণৰ চিকিৎসা সামগ্ৰী প্ৰদান কৰা হৈছে ৷ অক্সিজেন আদি সকলো ব্যৱস্থা দিয়া হৈছে দল কেইটাক ৷

24 জনলৈ বৃদ্ধি অমৰনাথ যাত্ৰালৈ যোৱা ভক্তৰ মৃত্যুৰ সংখ্যা

এইবাৰ অমৰনাথ যাত্ৰালৈ ভ্ৰমণ কৰিছে মুঠ 2 লাখ 50 হাজাৰ যাত্ৰীয়ে ৷ সকলো যাত্ৰীৰে নাম পঞ্জীয়ণ কৰাৰ সময়ত তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰা হয় যদিও যেতিয়া উচ্চতা লৈ যওৱা হয় লগে লগে পৰিস্থিতি সলনি হয় বুলি উল্লেখ কৰে বিবেক পাণ্ডেয়ে ৷ উল্লেখ্য যে, এই যাত্ৰাত স্বচ্ছ অভিযানৰ ওপৰতো গুৰুত্ব প্ৰদান কৰা হৈছে ৷

Intro:New Delhi: More than 24 people have died in the on going Amarnath Yatra. The Yatra that was kicked off on July 2 will end on August 15.

Body:"More than a dozon people have died since the beginning of the Amarnath Yatra. Though, we have taken all precautions for a safe and peaceful Yatra," said Vivek Pandey, Indo Tibetean Police Force (ITBP) spokesperson in an exclusive interview to ETV Bharat.

Pandey said that 77 medical team have been setup to look into the health issue of the pilgrims.

"Our health officials are equipped with medicine and all other gadgets including oxygen...they keep asking the pilgrims about their health," said Pandey.

Ironically, health hazards was the major reason for those 24 people who have died so far ever since the Yatra began on July 2.

This time more the 2,50,000 pilgrims are visiting Amarnath shrine.

"At the time of registration all the people are thoroughly checked. But when they come to a high altitude things become different," said Pandey.

Conclusion:The ITBP is also conducting Swacch Abhiyan during the Yatra. "There were so many garbages...we keep doing Swach Abhiyan," said Pandey.

He said that all the security agencies are coordinating to maintain peace during the Yatra. This assumes significance following the fact that many external agencies have been trying to create tension during the holy Yatra.

"There is a coordinated security arrangements. All agencies are well coordinated," said Pandey.

end
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.