নতুন দিল্লী, 21 মে' : এন ডি এৰ অংশীদাৰ দলসমূহৰ নেতাসকলৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি অমিত শ্বাহৰ নৈশ ভোজৰ আয়োজন ৷ মঙলবাৰে নিশা আয়োজন কৰা হৈছে এই নৈশ ভোজৰ ৷
নৈশ ভোজৰ পূৰ্বে মুখ্য কাৰ্যালয়ত এক বিশেষ আলোচনাত মিলিত হোৱাৰ সম্ভাৱনা আছে ৷ দলীয় সূত্ৰত প্ৰকাশ পোৱা অনুসৰি বিহাৰৰ মুখ্যমন্ত্ৰী আৰু জনতা দল ইউনাইটেডৰ সভাপতি নীতিশ কুমাৰ আৰু লোক জনশক্তি দলৰ সভাপতি ৰাম বিলাস পাচোৱানে এই নৈশবোজত অংশ গ্ৰহণ কৰিব ৷ ইয়াৰ উপৰিও শিৱ সেনা প্ৰধান উদ্ধৱ থাকৰেও নৈশভোজত উপস্থিত থকাৰ সম্ভাৱনা আছে ৷ সাধাৰণ নিৰ্বাচনৰ ভোটগণনাৰ দুদিন পূৰ্বে আয়োজন কৰা এই আলোচনাত ফলাফলৰ ঘোষণাৰ পাচৰ পৰিস্থিতিৰ বাবে ৰণনীতি প্ৰস্তুত কৰাৰ সম্ভাৱনা আছে ৷
মোডী-অমিত শ্বাহে আয়োজন কৰিছে নৈশভোজ - NEW DELHI
বিহাৰৰ মুখ্যমন্ত্ৰী আৰু জনতা দল ইউনাইটেডৰ সভাপতি নীতিশ কুমাৰ আৰু লোক জনশক্তি দলৰ সভাপতি ৰাম বিলাস পাচোৱানে এই নৈশবোজত অংশ গ্ৰহণ কৰিব ৷ ইয়াৰ উপৰিও শিৱ সেনা প্ৰধান উদ্ধৱ থাকৰেও নৈশভোজত উপস্থিত থকাৰ সম্ভাৱনা আছে ৷
![মোডী-অমিত শ্বাহে আয়োজন কৰিছে নৈশভোজ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3340592-843-3340592-1558446666852.jpg?imwidth=3840)