ETV Bharat / bharat

নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহ ‘ভাৰতীয় গণতন্ত্ৰৰ বাবে এক বৃহৎ হেঁচাঃ কপিল চিব্বাল - আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা কোষে

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ‘ভাৰতীয় গণতন্ত্ৰৰ বাবে এক হেঁচা’ আছিল, এই মন্তব্য কংগ্ৰেছ নেতা কপিল চিব্বালৰ ৷ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা কোষে সোমবাৰে চলিত বিত্তীয় বৰ্ষৰ বাবে ভাৰতৰ আৰ্থিক বিকাশৰ আনুমানিক দৰ 4.8% হ্ৰাস কৰে ৷

Modi, Shah are a drag on Indian democracy: Sibal
নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহ ‘ভাৰতীয় গণতন্ত্ৰৰ বাবে এক বৃহৎ হেঁচাঃ কপিল চিব্বাল
author img

By

Published : Jan 21, 2020, 7:27 PM IST

নেশ্যনেল ডেস্ক, 21 জানুৱাৰীঃ সংশোধিত নাগৰিকত্ব আইনক লৈ দেশজুৰি চলি থকা প্ৰতিবাদৰ পৰা উমান পোৱা যায় যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ‘ভাৰতীয় গণতন্ত্ৰৰ বাবে এক হেঁচা’ আছিল, এই মন্তব্য কংগ্ৰেছ নেতা কপিল চিব্বালৰ ৷

চিব্বালৰ এই মন্তব্যৰ পিচত আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা কোষে সোমবাৰে চলিত বিত্তীয় বৰ্ষৰ বাবে ভাৰতৰ আৰ্থিক বিকাশৰ আনুমানিক দৰ 4.8% হ্ৰাস কৰে ৷ আনহাতে ভাৰতৰ অনাকাংক্ষিত জিডিপিৰ সংখ্যা বিশ্বব্যাপি হেঁচা প্ৰয়োগিত তালিকাত ভাৰতৰ নাম অন্তৰ্ভুক্ত কৰে ৷ সম্ভৱতঃ ইয়াক দুবছৰৰ বাবে অন্তৰ্ভুক্ত কৰা হৈছে ৷

আনহাতে চিব্বালে এক টুইটৰ জৰিয়তে আই.এম.এফ 2019ৰ বাবে ভাৰতৰ জিডিপি 4.8%লৈ হ্ৰাস হয় বুলি উল্লেখ কৰে ৷ ইয়াক বিশ্ব অৰ্থ ব্যৱস্থাৰ এখন দলং বুলিব পাৰি বুলিও উল্লেখ কৰে ৷

কংগ্ৰেছ নেতাগৰাকীয়ে সমগ্ৰ ভাৰতবৰ্ষত যুৱ আৰু বৃদ্ধ সকলোৱে নাগৰিকত্ব সংশোধনী বিধেয়ককে আদি কৰি অন্যান্য বিষয়ত কৰা প্ৰতিবাদৰ পৰা সূচায় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ভাৰতীয় গণতন্ত্ৰৰ বাবে এক বৃহৎ হেঁচা ৷

ছুইজাৰলেণ্ডৰ ডাৱোচত অনুষ্ঠিত বিশ্ব আৰ্থিক মঞ্চ (WEF)ৰ বাৰ্ষিক বৈঠকৰ পূৰ্বে ভাৰতত আই.এম.এফৰ মুখ্য অৰ্থনীতিবিদ গীতা গোপীনাথে অনা বেংক আৰু বিত্তীয় ক্ষেত্ৰৰ দুৰ্বল গ্ৰামীণ বেংকৰ আয়ৰ বৃদ্ধিৰ বাবে দেশৰ বিকাশৰ গতি ৰুদ্ধ হোৱা বুলি উল্লেক কৰে ৷

আনহাতে বিগত 2019 বৰ্ষত ভাৰতৰ বৃদ্ধিৰ আনুমানিক 4.8% হৈছে যি 2020ত 5.8% আৰু 2021ত 6.5% হ’ব বুলি অনুমান কৰা হৈছে ৷ লগতে আই.এম.এফে তেলৰ দাম কম হোৱা বুলিও উল্লেখ কৰে ৷

আৰু পঢ়কঃনৈশ ভোজনৰ প্ৰস্তাৱ অমান্তি কৰা বাবে পুনৰ উত্তপ্ত JNU...

ZCZC
PRI GEN NAT
.NEWDELHI DEL28
CONG-SIBAL-ECONOMY
Modi, Shah are a drag on Indian democracy: Sibal
         New Delhi, Jan 21 (PTI) Congress leader Kapil Sibal on Tuesday said the nationwide protests against the amended citizenship law reflected that Prime Minister Narendra Modi and Union Home Minister Amit Shah were a "drag on Indian democracy".
          Sibal's comments come after the International Monetary Fund (IMF) had on Monday lowered India's economic growth estimate for the current fiscal to 4.8 per cent and listed the country's much-lower-than-expected GDP numbers as the single-biggest drag on its global growth forecast for two years.
          "IMF lowers India's GDP for 2019 to 4.8%. Calls it a drag on the world economy," Sibal tweeted.
          "Protests of people, young and old, across India (who can't be recognised by the clothes they wear) Reflect that the duo Modiji and Amit Shah are a drag on Indian Democracy," the Congress leader added.
          Ahead of the start of the World Economic Forum (WEF) annual summit in Davos, Switzerland, India-born IMF chief economist Gita Gopinath had said growth in the country slowed sharply owing to stress in the non-bank financial sector and weak rural income growth.
          India's growth is estimated at 4.8 per cent in 2019, projected to improve to 5.8 per cent in 2020 and 6.5 percent in 2021 (1.2 and 0.9 percentage point lower than in the October WEO), supported by monetary and fiscal stimulus as well as subdued oil prices, the IMF said. PTI SKC
SLB
HMB
01211409
NNNN
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.