ETV Bharat / bharat

ফেছবুকৰ লোকপ্ৰিয় বিশ্ব নেতাৰ শীৰ্ষ স্থান দখল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

author img

By

Published : Apr 24, 2020, 8:41 PM IST

ফেছবুকত ৪৫ মিলিয়ন লাইকেৰে বিশ্বৰ সকলোতকৈ জনপ্ৰিয় নেতাৰ শীৰ্ষস্থানত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী । ২৭ মিলিয়ন লাইকেৰে দ্বিতীয় স্থানত আছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প ।

নৰেন্দ্ৰ মোডী
ফেছবুকৰ লোকপ্ৰিয় বিশ্ব নেতাৰ শীৰ্ষ স্থান দখল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

নিউজ ডেস্ক, ২৪ এপ্ৰিলঃ ফেছবুকত সকলোতকৈ সৰ্বাধিক লাইকেৰে লোকপ্ৰিয় বিশ্ব নেতাৰ খিতাপ দখল কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । প্ৰধানমন্ত্ৰী গৰাকীয়ে নিজৰ পেইজত প্ৰায় ৪৫ মিলিয়ন লাইকেৰে বিশ্বৰ সকলোতকৈ জনপ্ৰিয় নেতা হিচাপে পৰিগণিত হয় মোডী ।

আনহাতে,প্ৰায় ২৭ মিলিয়ন লাইকেৰে ফেছবুকৰ দ্বিতীয় সৰ্বশ্ৰেষ্ঠ জনপ্ৰিয় লোকনেতাৰ স্থানত আছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প । আৰু ১৬.৮ মিলিয়ন লাইকেৰে তৃতীয় স্থানত আছে জৰ্ডানৰ মহাৰাণী ৰানিয়া ।

মহামাৰী COVID-19ৰ সময়তে নেটৱৰ্কিং প্লেটফৰ্মৰ এক অধ্যয়নত প্ৰকাশ পাইছে এই কথা । বিশ্বৰ অগ্ৰণী "World Leaders on Facebook" জৰিয়তে ফেছবুকৰ শীৰ্ষত থকা নেতা সমূহৰ বাচনি কৰা হয় ।

আনহাতে,যদিও আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প দ্বিতীয় স্থানত আছে কিন্তু এক অধ্যয়ণত পোৱা গৈছে যে,বিগত ১২ মাহে ফেছবুকত ৩০৯ মিলিয়ন মন্তব্য আৰু সৰ্বাধিক কথপকোথৰ জৰিয়তে মাৰ্কিন ৰাষ্ট্ৰপতি জায়ৰে বিশেষ গুৰুত্ব লাভ কৰিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.