ETV Bharat / bharat

ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে মোদীৰ ‘‘ফিট ইণ্ডিয়া মুভমেণ্ট’’

author img

By

Published : Aug 29, 2019, 2:21 PM IST

Updated : Aug 29, 2019, 2:32 PM IST

হকীৰ কিংবদন্তী ধ্যানচান্দৰ জন্মদিনটো দেশজুৰি উদযাপন হৈ আহিছে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস ৷ এই দিনটোতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শুভ উদ্বোধন ‘‘ফিট ইণ্ডিয়া মুভমেণ্ট’’ৰ ৷

ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে মোদীৰ ‘‘ফিট ইণ্ডিয়া মুভমেণ্ট’’

স্প’ৰ্টছ ডেস্ক, 28 আগষ্টঃ আজি দেশজুৰি পালন ‘‘হকীৰ যাদুকৰ’’ নামেৰে খ্যাত মেজৰ ধ্যানচান্দৰ 114 তম জন্মদিন ৷ এই কিংবদন্তী খেলুৱৈগৰাকীৰ জন্মদিনতেই সমগ্ৰ দেশজুৰি পালন কৰি অহা হৈছে ‘‘ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস’’ ৷ এই ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসতেই শুভ উদ্বোধন কৰা হয় ফিট ইণ্ডিয়া মুভমেণ্টৰ ৷ সুস্থ আৰু সৱল ভাৰত গঢ়াৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷

ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস আৰু ফিট ইণ্ডিয়া মুভমেণ্টৰক লৈ টুইটাৰযোগে নৰেন্দ্ৰ মোডী, অমিত শ্বাহ, ৰাজনাথ সিং, খেলমন্ত্ৰী কিৰেণ ৰিজিজুৰ বাৰ্তা প্ৰেৰণ ৷

নৰেন্দ্ৰ মোডী- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে ফিট ইণ্ডিয়া মুভমেণ্টক অধিক শক্তিশালী কৰাৰ দিশত আমি সংকল্পৱদ্ধ ৷

ৰাজনাথ সিঙ- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফিট ইণ্ডিয়া মুভমেন্ট উদ্বোধন কৰাৰ কথা জানিব পাৰি সুখী অনুভৱ কৰিছো ৷ সকলোকে সুস্থ আৰু সবল ভাৰত গঢ়াৰ ক্ষেত্ৰত আহ্বান নেতাগৰাকীৰ ৷

  • I am also happy to know that the Prime Minister Shri @narendramodi himself is going to launch the #FitIndiaMovement today to mark the National Sports Day.

    I appeal to everyone to join this fitness movement and make a ‘Fitter & Better India’.

    — Rajnath Singh (@rajnathsingh) August 29, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

অমিত শ্বাহ- ক্ৰীড়া ক্ষেত্ৰত ভাৰতৰ গৌৰবাম্বিত কৰা সকলো খেলুৱৈক মোৰ অভিনন্দন ৷ নৰেন্দ্ৰ মোদীৰ চৰকাৰে খেলুৱৈসকলৰ বাবে উন্নত মানৰ সকলো সা-সুবিধা প্ৰদান কৰিব বুলিও উল্লেখ কৰে নেতাগৰাকীয়ে ৷

  • On National Sports Day, I extend my greetings to all sportsmen sweating it out to make India proud in their respective fields.

    Modi government is committed to provide best possible opportunities and facilities to our players which will help them realise their dreams.

    — Amit Shah (@AmitShah) August 29, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

অন্যহাতে এক ভিডিঅ’ শ্বেয়াৰ কৰি ফিট ইণ্ডিয়া মুভমেণ্টত সকলোকে অংশগ্ৰহণ কৰাৰ বাবে আহ্বান জনায় ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুৱে ৷

VIDEO STORY- OTHERS
Last Updated : Aug 29, 2019, 2:32 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.