ETV Bharat / bharat

ফ্ৰান্সত মোদী, বিষয় কাশ্মীৰ !

author img

By

Published : Aug 23, 2019, 3:36 PM IST

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সৈতে বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী মোদী ৷ ভাৰত-পাকিস্তান দুয়োখন দেশে দ্বিপাক্ষিক আলোচনাৰ মাধ্যমৰে জম্মু-কাশ্মীৰ সমস্যাৰ সমাধান কৰাটো উচিত বুলি মন্তব্য কৰে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি গৰাকীয়ে ৷

পাকিস্তানৰ মুখ থেকচা, দ্বিপাক্ষিক আলোচনাৰে সমাধান কৰিব লাগে জম্মু-কাশ্মীৰৰ সমস্য !

নিউজ ডেস্ক, 23 আগষ্ট : ত্ৰিদেশীয় ভ্ৰমণসূচীলৈ বিদেশলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বৃহস্পতিবাৰে উপস্থিত হয় ফ্ৰান্সত ৷ G7 সন্মিলনত অংশগ্ৰহণৰ পূৰ্বে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন সৈতে বৈঠকত মিলিত হয় ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীৰ ৷ বৈঠকত জম্মু-কাশ্মীৰৰ প্ৰসংগই বিশেষভাৱে স্থান লাভ কৰে ৷ প্ৰায় ডেৰঘন্টাযোৰা হোৱা এই বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে অনুচ্ছেদ 370 কৰ্তনৰ পাচতেই কিদৰে জম্মু-কাশ্মীৰত পৰিবৰ্তন দেখা গৈছে সেই সন্দৰ্ভত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি গৰাকীক অৱগত কৰে ৷ লগতে জম্মু-কাশ্মীৰক ভাৰতৰ এক অবিচ্ছেদ্য অংশ বুলিও উল্লেখ কৰে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

বৈঠকৰ অন্তত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি গৰাকীয়ে মন্তব্য কৰে যে, ভাৰত-পাকিস্তান দুয়োখন দেশে দ্বিপাক্ষিক আলোচনাৰ মাধ্যমৰে জম্মু-কাশ্মীৰ সমস্যাৰ সমাধান কৰাটো উচিত ৷ কোনো তৃতীয় পক্ষৰ এইক্ষেত্ৰত হস্তক্ষেপৰ প্ৰয়োজন নাই ৷ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ এইবিষয়ত বাৰ্তালাপ কৰিব বুলিও উল্লেখ কৰে ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে ৷ বৈঠকৰ পাচতেই অহা ছেপ্তম্বৰ মাহত ফ্ৰান্সে ভাৰতক প্ৰথমখন যুদ্ধ বিমান ৰাফেলৰ যোগান ধৰিব বুলিও উল্লেখ কৰে ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে ৷

উল্লেখ্য যে, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি গৰাকীৰ এই মন্তব্যৰ পাচতেই আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত পুনৰ এবাৰ মুখথেকেচা খালে পাকিস্তানে ৷ জম্মু-কাশ্মীৰ প্ৰসংগত বাৰম্বাৰ পাকিস্তানে আমেৰিকাই মধ্যস্থাকাৰীৰ ভূমিকা পালন কৰাটো বিছাৰিছিল যদিও ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মন্তব্যৰ পাচতেই পাকিস্তানৰ কুটনৈতিক ক্ষেত্ৰখনত পাকিস্তানৰ এক বৃহৎ পৰাজয় বুলি উল্লেখ কৰিব পাৰি ৷

Modi_in_france_macron_speaks_against_third_party_interference_in_kashmir
Modi in France: Macron speaks against 'third party' interference in Kashmir

R Headline : পাকিস্তানৰ মুখ থেকচা, দ্বিপাক্ষিক আলোচনাৰে সমাধান কৰিব লাগে জম্মু-কাশ্মীৰৰ সমস্য !

Summry : ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সৈতে বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী মোদী ৷ভাৰত-পাকিস্তান দুয়োখন দেশে  দ্বিপাক্ষিক আলোচনাৰ মাধ্যমৰে জম্মু-কাশ্মীৰ সমস্যাৰ সমাধান কৰাটো উচিত বুলিও মন্তব্য কৰে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি গৰাকীয়ে ৷

নিউজ ডেস্ক, 23 আগষ্ট : তিনি দেশৰ ভ্ৰমণসূচীলৈ যোৱা প্ৰধানমন্ত্ৰী মোদী বৃহস্পতিবাৰে উপস্থিত হয় ফ্ৰান্সত ৷ G7 সন্মিলনত অংশগ্ৰহণৰ পূৰ্বে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন সৈতে এখন বৈঠকত মিলিত হয় ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীৰ ৷ বৈঠকত জম্মু-কাশ্মীৰৰ প্ৰসংগই বিশেষভাৱে স্থান লাভ কৰে ৷ প্ৰায় ডেৰঘন্টাযোৰা হোৱা এই বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে অনুচ্ছেদ 370 কৰ্তনৰ পাচতেই কিদৰে জম্মু-কাশ্মীৰত কিদৰে পৰিবৰ্তন দেখা গৈছে সেই সন্দৰ্ভত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি গৰাকীক অৱগত কৰে ৷ লগতে জম্মু-কাশ্মীৰক সাৰ্বভৌম ভাৰত এক অবিচ্ছেদ্য অংশ বুলিও উল্লেখ কৰে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

বৈঠকৰ অন্তত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি গৰাকীয়ে মন্তব্য কৰে যে, ভাৰত-পাকিস্তান দুয়োখন দেশে  দ্বি-পাক্ষিক আলোচনাৰ মাধ্যমৰে জম্মু-কাশ্মীৰ সমস্যাৰ সমাধান কৰাটো উচিত ৷ কোনো তৃতীয় পক্ষৰ এইক্ষেত্ৰত হস্তক্ষেপৰ প্ৰয়োজন নাই ৷ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ এইবিষয়ত বাৰ্তালাপ কৰিব বুলিও উল্লেখ কৰে ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে ৷ বৈঠকৰ পাচতেই অহা ছেপ্তম্বৰ মাহত ফ্ৰান্সে ভাৰতক প্ৰথমখন যুদ্ধ বিমান ৰাফেলৰ যোগান ধৰিব বুলিও উল্লেখ কৰে ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে ৷

উল্লেখ্য যে, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি গৰাকীৰ এই মন্তব্যৰ পাচতেই আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত পুনৰ এবাৰ মুখথেকেচা খালে পাকিস্তানে ৷ জম্মু-কাশ্মীৰ প্ৰসংগত বাৰম্বাৰ পাকিস্তানে আমেৰিকাই মধ্যস্থাকাৰীৰ ভূমিকা পালন কৰাটো বিছাৰিছিল যদিও ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মন্তব্যৰ পাচতেই পাকিস্তানৰ কুটনৈতিক ক্ষেত্ৰখনত পাকিস্তানৰ এক বৃহৎ পৰাজয় বুলি উল্লেখ কৰিব পাৰি ৷ 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.