ETV Bharat / bharat

পশুধনৰ বাবে নতুন চৰকাৰৰ নতুন আঁচনি

author img

By

Published : Jun 1, 2019, 4:19 PM IST

শুকুৰবাৰে মোডী চৰকাৰৰ প্ৰথমখন কেন্দ্ৰীয় বৈঠকতে এই সন্দৰ্ভত এক সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ তথ্য সম্প্ৰসাৰণ মন্ত্ৰী প্ৰকাশ জাভেদকাৰে জনোৱা মতে কৃষকসকলৰ সুবিধাৰ্থেই হাতত লোৱা হৈছে এই বিশেষ আঁচনিৰ ৷

গোধনৰ ৰোগ নিৰ্মূলকৰণৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰৰ অভিলাসী আঁচনি

নিউজ ডেস্ক, 1 জুনঃ গোধনৰ ৰোগ নিৰ্মূলৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰৰ বিশেষ পদক্ষেপ ৷ আগন্তুক পাঁচ বছৰত গৰুৰ মুখ আৰু ঠেঙত হোৱা বিভিন্ন ৰোগৰ নিৰ্মূলৰ বাবে কেন্দ্ৰীয় চৰকাৰে হাতত লৈছে 13,343 কোটি টকাৰ এক আঁচনি৷ শুকুৰবাৰে মোডী চৰকাৰৰ প্ৰথমখন কেন্দ্ৰীয় বৈঠকতে এই সন্দৰ্ভত এক সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ তথ্য সম্প্ৰসাৰণ মন্ত্ৰী প্ৰকাশ জাভেদকাৰে জনোৱা মতে কৃষক সকলৰ সুবিধাৰ্থে হাতত লোৱা হৈছে এই বিশেষ আঁচনিৰ ৷ লগতে মন্ত্ৰীগৰাকীয়ে জনাই যে, পূৰ্বে এই আঁচনিৰ বাবদ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে 60:40 অনুপাতে ধন ব্যয় কৰিছিল যদিও প্ৰথমখন কেবিনেট বৈঠকতে কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণ ধন ব্যয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷

নিউজ ডেস্ক, 1 জুনঃ গোধনৰ ৰোগ নিৰ্মূলৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰৰ বিশেষ পদক্ষেপ ৷ আগন্তুক পাঁচ বছৰত গৰুৰ মুখ আৰু ঠেঙত হোৱা বিভিন্ন ৰোগৰ নিৰ্মূলৰ বাবে কেন্দ্ৰীয় চৰকাৰে হাতত লৈছে 13,343 কোটি টকাৰ এক আঁচনি৷ শুকুৰবাৰে মোডী চৰকাৰৰ প্ৰথমখন কেন্দ্ৰীয় বৈঠকতে এই সন্দৰ্ভত এক সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ তথ্য সম্প্ৰসাৰণ মন্ত্ৰী প্ৰকাশ জাভেদকাৰে জনোৱা মতে কৃষক সকলৰ সুবিধাৰ্থে হাতত লোৱা হৈছে এই বিশেষ আঁচনিৰ ৷ লগতে মন্ত্ৰীগৰাকীয়ে জনাই যে, পূৰ্বে এই আঁচনিৰ বাবদ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে 60:40 অনুপাতে ধন ব্যয় কৰিছিল যদিও প্ৰথমখন কেবিনেট বৈঠকতে কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণ ধন ব্যয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷

ZCZC
PRI COM ECO ESPL
.NEWDELHI DCM45
BIZ-CAB-LIVESTOCK (CORRECTED)
Cabinet okays Rs 13,343 cr to bear full cost of livestock vaccination
(Eds: Changing word in para 1 and 6)
          New Delhi, May 31 (PTI) The Centre Friday decided to bear the entire cost of Rs 13,343 crore under an existing scheme that seeks to control livestock diseases, especially foot and mouth disease (FMD) and brucellosis, in the next five years.
          A decision in this regard was taken in the first Cabinet meeting of the Modi 2.0 government.
          Briefing media, Information and Broadcasting Minister Prakash Javadekar said the scheme is in the interest of the farming community.
          "This is an existing vaccination scheme under which the Centre and state governments contribute funds in the ratio of 60:40. In a rare instance of departure, the Central government has decided to now bear the entire cost," the minister said.
          The Cabinet had cleared a total outlay of Rs 13,343 crore to fully control these diseases among the livestock in the country in the next five years and subsequently eradicate these diseases, he said.
          The disease of food and mouth disease (FMD) and brucellosis are common among the livestock -- cow, bulls, buffaloes, sheep, goats and pigs.
          The scheme envisages vaccination coverage to 30 crore bovines (cows-bulls and buffaloes) and 20 crore sheep/goat and 10 million pigs.
          Javadekar said the government aims to eradicate FMD and brucellosis diseases fully as it has done in the case of polio and tuberculosis in human beings.
          The government said if a cow or buffalo gets infected with FMD, the milk loss is up to 100 per cent which could last for four to six months. In case of Brucellosis, the milk output reduces by 30 per cent during the entire life cycle of animal and also causes infertility among the animals.
          The infection of brucellosis can also be transmitted to the farm workers and livestock owners. Both the diseases have a direct negative impact on the trade of milk and other livestock products, it said.
          "The decision of Cabinet today fulfils the major promise made in the manifesto as it provides much relief to crores of farmers in the country who rear livestock," the government statement added. PTI LUX MJH RKL
HRS
05312220
NNNN
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.