ETV Bharat / bharat

হাৰিয়ানাত 30 জানুৱাৰীলৈ ইন্টাৰনেট সেৱা কৰ্তন

হাৰিয়ানাৰ 17 খন জিলাত 30 জানুৱাৰীলৈ ইন্টাৰনেট সেৱা কৰ্তন কৰা হৈছে ৷ কৃষক আন্দোলনৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে ৷ 30 জানুৱাৰীৰ সন্ধিয়া 5 বজালৈ কৰ্তন কৰা হৈছে ইন্টাৰনেট ৷ কেবলমাত্ৰ ভইচ ক'ল প্ৰযোজ্য থাকিব জিলা কেইখনত ৷ ৰাজ্যখনৰ গৃহ সচিব বিভাগৰ পৰা প্ৰকাশ কৰা এক জাননীযোগে নিৰ্দেশ প্ৰদান কৰিছে ৷

Mobile Internet service will be closed till January 30 in 17 districts of Haryana
হাৰিয়ানাত 30 জানুৱাৰীলৈ ইন্টাৰনেট সেৱা কৰ্তন
author img

By

Published : Jan 29, 2021, 6:15 PM IST

নিউজ ডেস্ক, 29 জানুৱাৰী : হাৰিয়ানাৰ 17 খন জিলাত 30 জানুৱাৰীলৈ ইন্টাৰনেট সেৱা কৰ্তন কৰা হৈছে ৷ কৃষক আন্দোলনৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে ৷ 30 জানুৱাৰীৰ সন্ধিয়া 5 বজালৈ কৰ্তন কৰা হৈছে ইন্টাৰনেট ৷ কেবলমাত্ৰ ভইচ ক'ল প্ৰযোজ্য থাকিব জিলা কেইখনত ৷ ৰাজ্যখনৰ গৃহ সচিব বিভাগৰ পৰা প্ৰকাশ কৰা এক জাননীযোগে নিৰ্দেশ প্ৰদান কৰিছে ৷

Mobile Internet service will be closed till January 30 in 17 districts of Haryana
গৃহ বিভাগৰ পৰা প্ৰকাশ কৰা জাননীখন

ইয়াৰ পূৰ্বেও 26 জানুৱাৰীত ৰাজ্যখনৰ 3 খন জিলাত ইন্টাৰনেট সেৱা কৰ্তন কৰিছিল চৰকাৰে ৷ এইবাৰ পুনৰ 14 খন জিলাত ইন্টাৰনেট সেৱা কৰ্তন কৰিছে চৰকাৰে ৷ তৎকালীনভাৱে বলবৎ হোৱাকৈ নিৰ্দেশ প্ৰদান কৰিছে চৰকাৰে ৷

উল্লেখ্য যে, ইন্টাৰনেট সেৱা কৰ্তন কৰা জিলা কেইখন হ'ল, অম্বালা, যমুনানগৰ, কুৰুক্ষেত্ৰ, কৰনাল, কেথল, পানীপত, হিচাৰ, জীন্দ, ৰোহতক, ভিৱানী, চৰখী দাদৰী, ফতেহাবাদ, ৰেবান্দী আৰু চিৰসা ৷

উল্লেখ্য যে, বিতৰ্কিত কৃষি আইনৰ বিৰুদ্ধে হাৰিয়ানাৰ কৃষক সকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ ৰাজধানীত বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে 26 জানুৱাৰীত ট্ৰেক্টৰ ৰেলীতো অংশগ্ৰহণ কৰিছিল প্ৰতিবাদী কৃষক সকলে ৷

লগতে পঢ়ক : গণতন্ত্ৰ দিৱসত ৰাজধানীত সংঘটিত হোৱা হিংসাত্মক প্ৰতিবাদ দুৰ্ভাগ্যজনক: ৰাষ্ট্ৰপতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.