নিউজ ডেস্ক,3 জুন : ওড়িশাৰ দুই শিশুৱে দেখুৱালে সাহসিকতা ৷ মাছৰ জালত আৱদ্ধ হৈ ক্ৰমাৎ মৃত্যুৰ মুখলৈ গতি কৰা এডাল সাপ উদ্ধাৰ কৰি প্ৰাণ ৰক্ষা কৰে দুই সাহসী কণমানিয়ে ৷ ওড়িশাৰ ময়ুৰগঞ্জত ওঠনিনোআগাঁও নামৰ গাঁৱত দুই শিশুৱে এনেদৰে সাপডালৰ জীৱন ৰক্ষা কৰি প্ৰকৃতিৰ বুকুত মুকলি কৰি দিয়ে সাপডালক ৷ অৱশ্যে সাপডাল বিষাক্ত সাপ নাছিল ৷ কণমানি দুটিৰ এই প্ৰচেষ্টাক সকলোৱে শলাগ লৈছে ৷
এডাল সাপৰ জীৱন ৰক্ষা কৰি চৰ্চাত দুই কণমানি - odisha
দুই শিশুৰ সাহসিকতা ৷ মাছৰ জালত আৱদ্ধ হৈ ক্ৰমাৎ মৃত্যুৰ মুখলৈ গতি কৰা সাপৰ জীৱন ৰক্ষা কৰিলে দুই কণমানিয়ে

সাপৰ জীৱন ৰক্ষা দুই শিশুৰ
নিউজ ডেস্ক,3 জুন : ওড়িশাৰ দুই শিশুৱে দেখুৱালে সাহসিকতা ৷ মাছৰ জালত আৱদ্ধ হৈ ক্ৰমাৎ মৃত্যুৰ মুখলৈ গতি কৰা এডাল সাপ উদ্ধাৰ কৰি প্ৰাণ ৰক্ষা কৰে দুই সাহসী কণমানিয়ে ৷ ওড়িশাৰ ময়ুৰগঞ্জত ওঠনিনোআগাঁও নামৰ গাঁৱত দুই শিশুৱে এনেদৰে সাপডালৰ জীৱন ৰক্ষা কৰি প্ৰকৃতিৰ বুকুত মুকলি কৰি দিয়ে সাপডালক ৷ অৱশ্যে সাপডাল বিষাক্ত সাপ নাছিল ৷ কণমানি দুটিৰ এই প্ৰচেষ্টাক সকলোৱে শলাগ লৈছে ৷
সাপৰ জীৱন ৰক্ষা দুই শিশুৰ
সাপৰ জীৱন ৰক্ষা দুই শিশুৰ
Mayurbhanj (Odisha), June 03 (ANI): Two minor children rescued and saved a life of a snake in Uthaninuagaon village in Mayurbhanj, Odisha. The snake was trapped in a fishnet; the boys rescued the snake and freed it in its natural habitat. The snake was not poisonous.