ETV Bharat / bharat

আনলক-১ৰ নিৰ্দেশনা সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ মন্তব্য

আনলক-১ৰ নিৰ্দেশনা সন্দৰ্ভত কেন্দ্ৰীয় গৃহ সচিব অজয় ভল্লাৰ মন্তব্য। আনলক-১ত অন্য দেশলৈ মানুহৰ চলাচল নিষিদ্ধ কৰা হৈছে যদিও মালবাহী ট্ৰাক অথবা বাছৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা নহয় । লগতে,মানুহৰ মাজত সামাজিক দুৰত্ব বৰ্তাই ৰখাৰ বাবেহে দেশৰ আন্দোলনসমূহ স্থগিত ৰখাৰ নিৰ্দেশ দিয়া হৈছে । চৰকাৰে মানুহৰ শৃংখলা আৰু স্বাধীনতা খৰ্ব কৰিব বিচৰা নাই ।

আনলক-১ৰ নিৰ্দেশনা সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ মন্তব্য
আনলক-১ৰ নিৰ্দেশনা সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ মন্তব্য
author img

By

Published : Jun 12, 2020, 9:36 PM IST

নেশ্যনেল ডেস্ক, ১২ জুন: কেন্দ্ৰীয় চৰকাৰে শুকুৰবাৰে সদৰী কৰা মতে, দেশজুৰি অব্যাহত থকা আনলক-১ত অন্য দেশলৈ মানুহৰ চলাচল নিষিদ্ধ কৰা হৈছে যদিও মালবাহী ট্ৰাক অথবা বাছৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা নহয় । কেন্দ্ৰীয় গৃহ সচিব অজয় ভল্লাই কয় যে,মানুহৰ মাজত সামাজিক দুৰত্ব বৰ্তাই ৰখাৰ বাবেহে দেশৰ আন্দোলনসমূহ স্থগিত ৰখাৰ নিৰ্দেশ দিয়া হৈছে। চৰকাৰে মানুহৰ শৃংখলা আৰু স্বাধীনতা খৰ্ব কৰিব বিচৰা নাই ।

আনলক-১ৰ নিৰ্দেশনা সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ মন্তব্য
আনলক-১ৰ নিৰ্দেশনা সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ মন্তব্য

কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে কয় যে,দেশৰ কিছু সংখ্যক ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত নিশা ৯ বজাৰ পৰা পুৱা ৫ বজালৈ মানুহ আৰু বাহন দুয়োৰে চলাচল নিষিদ্ধ কৰা হৈছে । কেন্দ্ৰীয় গৃহ সচিব অজয় ভল্লাই সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ লোকসকলক আন্দোলন স্থগিত ৰাখিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক: COVID-১৯ ত আক্ৰান্ত অসম আৰক্ষীৰ জোৱান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.