ETV Bharat / bharat

চিমলা চুক্তিত কাশ্মীৰৰ কথা উল্লেখ কৰাটো ভুল আছিল: প্ৰাক্তন বৈদেশিক মন্ত্ৰী নটৱৰ সিং

চিমলা চুক্তিৰ 47 বছৰ পূৰ্ণ হোৱাত এক নতুন বিতৰ্কৰ সুচনা কৰি চিমলা চুক্তিত কাশ্মীৰৰ কথা উল্লেখ কৰাটো ভুল আছিল বুলি মন্তব্য কৰে প্ৰাক্তন বৈদেশিক মন্ত্ৰী নটৱৰ সিঙে ৷ 1972 চনত প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধী আৰু পাকিস্তানৰ ৰাষ্ট্ৰপতি জুলফিকৰ আলি ভুট্টুৰ মাজত স্বাক্ষৰিত হৈছিল  ছুক্তিখন ৷

author img

By

Published : Jul 2, 2019, 5:24 PM IST

চিমলা চুক্তিত কাশ্মীৰৰ কথা উল্লেখ কৰাটো ভুল আছিল: প্ৰাক্তন বৈদেশিক মন্ত্ৰী নটৱৰ সিং

নিউজ ডেস্ক, 2 জুলাই: চিমলা চুক্তিৰ 47 বছৰ পূৰ্ণ হোৱাত এক নতুন বিতৰ্কৰ সুচনা কৰি চিমলা চুক্তিত কাশ্মীৰৰ কথা উল্লেখ কৰাটো ভুল আছিল বুলি মন্তব্য কৰে প্ৰাক্তন বৈদেশিক মন্ত্ৰী নটৱৰ সিং৷ 1972 চনত প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধী আৰু পাকিস্তানৰ ৰাষ্ট্ৰপতি জুলফিকৰ আলি ভুট্টুৰ মাজত স্বাক্ষৰিত হৈছিল ছুক্তিখন ৷

ই টিভি ভাৰতক দিয়া এক সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰে প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে ৷ সেই সময়ৰ প্ৰধানমন্ত্ৰীৰ উপদেষ্টা পি এন হাকচৰে প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক দিয়া উপদেশ ভুল আছিল বুলি মন্তব্য কৰে তেওঁ৷

চিমলা চুক্তিত উল্লেখ থকা কেতবোৰ নিৰ্দেশনা ভুল আছিল বুলি তেওঁ মন্তব্য কৰি কয় যে এই সিদ্ধান্ত ভুল আছিল আৰু উভয় দেশে এই নিৰ্দেশনা সমূহ মানি নছলিল যাৰ বাবে দেশ দুইখনৰ সৰ্বভৌমত্ব,স্বাধীনতা বিপদাপন্ন হৈ পৰিছে৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.