ETV Bharat / bharat

বৈঠকত মিলিত ডাঃ জয়শংকৰ আৰু মাইকেল পামপিও

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডাঃ জয়শংকৰৰ সৈতে নতুন দিল্লীত বৈঠকত মিলিত হয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছেক্ৰেটাৰী অৱ ষ্টেটছ মাইকেল পামপিও ৷ তিনিদিনীয়া ভ্ৰমণসূচীৰে মঙলবাৰে ভাৰতত উপস্থিত হৈছিল মাইকেল পামপিও ৷

ডাঃ জয়শংকৰ আৰু মাইকেল পামপিওৰ বৈঠক
author img

By

Published : Jun 26, 2019, 4:11 PM IST

নিউজ ডেস্ক, 26 জুনঃ ভাৰত-আমেৰিকাৰ কূটনৈতিক সম্পৰ্ক উন্নত কৰিবলৈ বুধবাৰে আলোচনাত মিলিত হয় আমেৰিকাৰ ছেক্ৰেটাৰী অৱ ষ্টেটছ মাইকেল পামপিও আৰু ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডাঃ জয়শংকৰ ৷ তিনিদিনীয়া ভ্ৰমণসূচী লৈ বিশেষ বিমানেৰে মঙলবাৰে নিশা নতুন দিল্লীত উপস্থিত হয় আমেৰিকাৰ শীৰ্ষ আমোলাগৰাকী ৷

ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্পৰ্ক প্ৰতিফলিত কৰি অনুষ্ঠিত হোৱা বৈঠকৰ বিষয়ে টুইটাৰত টুইট কৰিছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰভীশ কুমাৰে ৷ ভাৰতৰ শীৰ্ষ পৰ্যায়ৰ প্ৰাক্তন প্ৰশাসনিক বিষয়া তথা বৰ্তমানে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডাঃ জয়শংকৰৰ ভাৰত-আমেৰিকাৰ সম্বন্ধ উন্নীতকৰণত বহুটো অৰিহণা আছে ৷ দেশৰ প্ৰধানমন্ত্ৰীৰ সৈতে ৰাতিপুৱাৰ ভাগত আলোচনাত মিলিত হোৱাৰ পিচতেই আবেলি এইদৰে বিদেশ মন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হয় মাইকেল পামপিও ৷

বৈঠকত ভাৰত-আমেৰিকাৰ মাজৰ ৰাজনৈতিক-কূটনৈতিক-অৰ্থনৈতিক আদি বিভিন্ন দিশৰ ওপৰত আলোচনাত মিলিত হয় ৷ আনহাতে বৈঠক সমাপ্তিৰ পিছতেই ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালৰ সৈতে ছাউথ ব্লকৰ বাহিৰত ব্যক্তিগত আলোচনাত মিলিত হয় মাইকেল পামপিও ৷

ZCZC
PRI GEN NAT
.NEWDELHI DEL9
MEA-JAISHANKAR-LD POMPEO
Jaishankar, Pompeo hold talks to strengthen Indo-US strategic partnership
(Eds: Updating with MEA spokesperson Raveesh Kumar's tweet)
         New Delhi, Jun 26 (PTI) External Affairs Minister S Jaishankar met his American counterpart Mike Pompeo on Wednesday and discussed ways to strengthen the Indo-US strategic partnership.
         "Welcoming a close friend. Continuing the emphasis on high-level Indo-US exchanges, EAM Dr S Jaishankar warm-heartedly welcomed Secretary Pompeo as the first US dignitary visiting India after elections. Secretary Pompeo is the first Foreign Minister to be hosted by EAM," Ministry of External Affairs Spokesperson Raveesh Kumar tweeted along with a picture of the two leaders.
         Pompeo, who arrived here Tuesday night, called on Prime Minister Narendra Modi in the morning and discussed various aspects of the bilateral relationship.
         "Working together to further deepen our strategic partnership. Secretary Pompeo called on PM Narendra Modi to exchange views on various aspects of Indo-US relationship. PM will meet President Donald Trump on the sidelines of the upcoming G20 Osaka Summit," Kumar tweeted with pictures of the Modi-Pompeo meeting.
         The US Secretary of State's talks with the Indian leadership are the first high-level interaction between the two countries after the return of the Modi government to power last month.
         Pompeo's visit comes ahead of a meeting between US President Donald Trump and Modi on the sidelines of the G20 Summit in Osaka, Japan, later this week.
         Ahead of the strategically-important India-US talks, diplomatic sources on Tuesday said India meets the US waiver criteria for procuring the S-400 missile defence system from sanctions-hit Russia, and asserted that New Delhi cannot "wish away" its defence ties with Moscow.
         The details of the Jaishankar-Pompeo meeting were immediately not known, but India's missile defence system deal with Russia, terrorism, H-1B visas, trade and the situation arising out of US sanctions on buying oil from Iran, were likely to be discussed during the talks. PTI ASK ASK
ANB
ANB
06261307
NNNN
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.