ETV Bharat / bharat

আহমেদাবাদৰ কেমিকেল ফেক্টৰীত ভয়ংকৰ অগ্নিকাণ্ড

গুজৰাটৰ আহমেদাবাদৰ কেমিকেল ফেক্টৰীত ভয়ংকৰ অগ্নিকাণ্ড ৷ বৰ্তমানলৈকে হতাহতৰ ঘটনা পোহৰলৈ অহা নাই ৷

গুজৰাট
আহমেদাবাদৰ কেমিকেল ফেক্টৰীত ভয়ংকৰ অগ্নিকাণ্ড
author img

By

Published : Dec 9, 2020, 9:35 AM IST

নেশ্যনেল ডেস্ক, 9 ডিচেম্বৰ : বুধবাৰে পুৱতি নিশা গুজৰাটৰ আহমেদাবাদৰ ভাটৱা অঞ্চলৰ এক কেমিকেল ফেক্টৰীত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় ৷ ঘটনা সংঘটিত হোৱাৰ পাচতে 30 খনতকৈও অধিক অগ্নিনিৰ্বাপক গাড়ীয়ে অগ্নিনিৰ্বাপনৰ চেষ্টা চলায় ৷ বৰ্তমানলৈকে হতাহতৰ ঘটনা পোহৰলৈ অহা নাই ৷

আহমেদাবাদৰ কেমিকেল ফেক্টৰীত ভয়ংকৰ অগ্নিকাণ্ড

দেওবাৰেও সংঘটিত এনে এক ঘটনাত বাপুনগৰ অঞ্চলত প্ৰায় 20 খন দোকান জুইত জাহ গৈছিল ৷ অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়া ৰাজেশ ভাটে জানিবলৈ দিয়া অনুসৰি, প্ৰথম মহলাত থকা চাহৰ কেফেটেৰিয়াৰ পৰা তিনিমহলীয়া কমপ্লেক্সটোত অগ্নিকাণ্ড সংঘটিত হয় ৷

লগতে পঢ়ক : অমিত শ্বাহ-কৃষকৰ বৈঠকত অসফলতা : অব্যাহত থাকিব প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.