ETV Bharat / bharat

মাৰ্কাজ অভিযান : দিল্লী আৰক্ষীৰ 11 গৰাকীয়ে চুলি কাটি দিয়াৰ লগতে 7 জনক আছুতীয়াকৈ ৰখা হৈছে - Markaz operation: 11 policemen shave their heads, 7 quarantined

নিজামুদ্দিন মাৰ্কাজৰ অট্টালিকাৰ পৰা 2,361 গৰাকী লোকক উদ্ধাৰ কৰাৰ পিচতে দিল্লী আৰক্ষীৰ 11 গৰাকী কৰ্মচাৰীয়ে কৰ‘ণা ভাইৰাছৰ পৰা বাচিবলৈ নিজৰ চুলি কাটি দিয়াৰ লগতে 7 গৰাকী কৰ্মচাৰীক আছুতীয়াকৈ ৰখা হৈছে ৷

Markaz operation: 11 policemen shave their heads, 7 quarantined
দিল্লী আৰক্ষীৰ 11 গৰাকীয়ে চুলি কাটি দিয়াৰ লগতে 7 জনক আছুতীয়াকৈ ৰখা হৈছে
author img

By

Published : Apr 4, 2020, 12:23 PM IST

নিউজ ডেস্ক, 4 এপ্ৰিলঃ নতুন দিল্লীৰ নিজামুদ্দিন অঞ্চলত অনুষ্ঠিত হোৱা টবলিঘি জামাত অংশগ্ৰহণ কৰা মুছলমানসকলক উদ্ধাৰ কৰিবলৈ গৈ বিপদ মাতিলে দিল্লী আৰক্ষীয়ে ৷ মুছলমানসকলৰ এই ধৰ্মীয় অনুষ্ঠানৰ পৰাই সমগ্ৰ দেশতে ব্যাপকৰূপত বিয়পি পৰে মাৰাত্মক কৰ‘ণা ভাইৰাছসৃষ্ট কোভিড-19 মহামাৰী ৷

নিজামুদ্দিনৰ মাৰ্কাজ অট্টালিকাত চৰকাৰে আৰোপ কৰা নীতি অৱজ্ঞা কৰি একেলগে আছিল প্ৰায় 3000ৰো অধিক লোক ৷ ইয়াৰে মাজৰ 2,361 গৰাকী লোকক দিল্লী আৰক্ষীয়ে উদ্ধাৰ কৰি আছুতীয়াকৈ থাকিবলৈ নিৰ্দেশ দিয়ে ৷ কিন্তু এইসকল মুছলমানক উদ্ধাৰ কৰিবলৈ গৈ এতিয়া নিজেই বিপদ মাতিছে দিল্লী আৰক্ষীয়ে ৷ নিজামুদ্দিন মাৰ্কাজৰ অট্টালিকাৰ উদ্ধাৰ অভিযানত অংশগ্ৰহণ কৰা দিল্লী আৰক্ষীৰ 11 গৰাকী কৰ্মচাৰীয়ে কৰ‘ণা ভাইৰাছৰ পৰা বাচিবলৈ নিজৰ চুলি কাটি দিয়াৰ লগতে 7 গৰাকী কৰ্মচাৰীক আছুতীয়াকৈ ৰখা হৈছে ৷

Markaz operation: 11 policemen shave their heads, 7 quarantined
মাৰ্কাজ অভিযান : দিল্লী আৰক্ষীৰ 11 গৰাকীয়ে চুলি কাটি দিয়াৰ লগতে 7 জনক আছুতীয়াকৈ ৰখা হৈছে

বিগত 24 মাৰ্চত দিল্লী আৰক্ষীৰ আয়ুক্ত এছএন শ্ৰীবাস্তৱে দিল্লী আৰক্ষীৰ সকলো বিষয়া-কৰ্মচাৰীকে 10 দিনৰ অন্তৰে অন্তৰে আছুতীয়াকৈ থাকিবলৈ নিৰ্দেশনা প্ৰদান কৰিছিল ৷ এই নিৰ্দেশনাৰ পিচতে শেহতীয়াকৈ নিজামুদ্দিন আৰক্ষী চকীত নিয়োজিত 7 গৰাকী আৰক্ষীক আছুতীয়াকৈ ৰখা হৈছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.