নিউজ ডেস্ক ,৯ জুনঃ পশ্চিমবংগৰ আলিপুৰদুৱাৰ জিলাত হাতীৰ গছকত এজন ব্যক্তিৰ মৃত্যু হোৱাৰ কথা সদৰি কৰে বন বিষয়াই সোমবাৰে । জলাধপাৰা সংৰক্ষিত বনাঞ্চল খনত হাতীতোৱে বিচৰণ কৰি আছিল তেনেতে হঠাৎ ব্যক্তিজন বনৰীয়া হাতীৰ সন্মুখত উলাই পৰাত হাতীটোৱে গছকি পেলোৱাত মৃত্যু মুখত পৰে লোকজন ৷

ইপিনে বন বিভাগৰ লোক উপস্থিত হোৱাৰ আগতেই হাতীতো অৰণ্য খনলৈ পুনৰ ঘূৰি যায় ।

লগতে পঢ়কঃ শিক্ষাৰ্থীক নিজ বাসগৃহলৈ যাবলৈ পৰামৰ্শ জে এন ইউ কৰ্তৃপক্ষৰ