ETV Bharat / bharat

উত্তৰ প্ৰদেশৰ প্ৰতাপগড়ত পথ দুৰ্ঘটনাত নিহত 5 - উত্তৰ প্ৰদেশৰ প্ৰতাপগড়

উত্তৰ প্ৰদেশৰ প্ৰতাপগড়ত পথ দুৰ্ঘটনাত নিহত 5 ৷ নিয়ন্ত্ৰণহীন বাহনে গছত খুন্দা মৰাৰ ফলত সংঘটিত পথ দুৰ্ঘটনা ৷

নিহত 5
উত্তৰ প্ৰদেশৰ প্ৰতাপগড়ত পথ দুৰ্ঘটনা
author img

By

Published : Dec 14, 2020, 10:17 AM IST

নেশ্যনেল ডেস্ক, 14 ডিচেম্বৰ : উত্তৰ প্ৰদেশৰ প্ৰতাপগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দেওবাৰে নিশা সংঘটিত পথ দুৰ্ঘটনাৰ ফলত নিহত হয় পাঁচজনকৈ লোক ৷ নিয়ন্ত্ৰণহীন এখন বলেৰ' বাহনে এজোপা গছত খুন্দা মৰাৰ ফলত সংঘটিত হয় এই মৰ্মান্তিক ঘটনা ৷

নিহত 5
উত্তৰ প্ৰদেশৰ প্ৰতাপগড়ত পথ দুৰ্ঘটনা
নিহত 5
উত্তৰ প্ৰদেশৰ প্ৰতাপগড়ত পথ দুৰ্ঘটনা

এক বিবাহ অনুষ্ঠানৰ পৰা উভতি অহাৰ সময়ত এই ঘটনা সংঘটিত হয় ৷ বাহনখনত অন্য চাৰিজন লোকৰ সৈতে এজন আৰক্ষী জোৱানো আছিল বুলি জানিব পৰা গৈছে ৷

নিহত 5
উত্তৰ প্ৰদেশৰ প্ৰতাপগড়ত পথ দুৰ্ঘটনা
নিহত 5
উত্তৰ প্ৰদেশৰ প্ৰতাপগড়ত পথ দুৰ্ঘটনা

সংঘৰ্ষ ইমানেই ভয়াবহ আছিল যে, বাহনখন কাটি লোককেইজনক উদ্ধাৰ কৰিবলগা হৈছিল ৷ পাচত চিকিৎসকে আটাইকেইজনকে মৃত ঘোষণা কৰে ৷

লগতে পঢ়ক : কৃষক বিদ্ৰোহৰ 19 দিন , এইবাৰ অনশনত কৃষক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.