নেশ্যনেল ডেক্স, 23 নৱেম্বৰঃ মহাৰাষ্ট্ৰৰ ৰাজনীতিত নাটকীয় পৰিবৰ্তন ৷ বিজেপি আৰুএনচিপিয়ে অৱশেষত গঠন কৰিলে চৰকাৰ ৷ পুনৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'লে বিজেপিৰ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাড়নাৱিছে ৷ আনহাতে উপ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ এনচিপি নেতা অজিত পাৱাৰৰ ৷
মহাৰাষ্ট্ৰত দেবেন্দ্ৰ ফাড়নাৱিছৰ নেতৃত্বত চৰকাৰ গঠনৰ পাচতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইট যোগে অভিনন্দন জ্ঞাপন কৰে ৷ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাৱিছ আৰু উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ নেতৃত্বত মহাৰাষ্ট্ৰৰ ভৱিষ্যৎ সুৰক্ষিত হ'ব বুলি মন্তব্য প্ৰধানমন্ত্ৰী গৰাকীৰ ৷
-
Congratulations to @Dev_Fadnavis Ji and @AjitPawarSpeaks Ji on taking oath as the CM and Deputy CM of Maharashtra respectively. I am confident they will work diligently for the bright future of Maharashtra.
— Narendra Modi (@narendramodi) November 23, 2019 " class="align-text-top noRightClick twitterSection" data="
">Congratulations to @Dev_Fadnavis Ji and @AjitPawarSpeaks Ji on taking oath as the CM and Deputy CM of Maharashtra respectively. I am confident they will work diligently for the bright future of Maharashtra.
— Narendra Modi (@narendramodi) November 23, 2019Congratulations to @Dev_Fadnavis Ji and @AjitPawarSpeaks Ji on taking oath as the CM and Deputy CM of Maharashtra respectively. I am confident they will work diligently for the bright future of Maharashtra.
— Narendra Modi (@narendramodi) November 23, 2019
"মহাৰাষ্ট্ৰৰ জনসাধাৰণে স্পষ্ট ৰায়দান দিছিল, কিন্তু নিৰ্বাচনী ফলাফলৰ পাচত শিৱ সেনাই অন্য দলৰ সৈতে মিত্ৰতা কৰিবলৈ চেষ্টা চলালে ৷ সেয়ে মহাৰাষ্ট্ৰত এখন সুস্থিৰ চৰকাৰ লাগে, খিচিৰি চৰকাৰ নালাগে ৷" মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰি এই মন্তব্য দেবেন্দ্ৰ ফাড়নাৱিছৰ ৷
ইফালে এনচিপি নেতা অজিত পাৱাৰে বিজেপিক দিয়া সমৰ্থনৰ পাছতেই দলটোৰ মাজত আৰম্ভ হৈছে বিসম্বাদ ৷ অজিত পাৱাৰৰ সমৰ্থনক সম্পূৰ্ণ ব্যক্তিগত আখ্যা NCPৰ জ্যেষ্ঠ নেতা শাৰদ পাৱাৰৰ ৷ এই সিদ্ধান্ত কোনো কাৰণতে দলীয় সিদ্ধান্ত নহয় বুলিও মন্তব্য জ্যেষ্ঠ নেতা গৰাকীৰ ৷
-
Ajit Pawar's decision to support the BJP to form the Maharashtra Government is his personal decision and not that of the Nationalist Congress Party (NCP).
— Sharad Pawar (@PawarSpeaks) November 23, 2019 " class="align-text-top noRightClick twitterSection" data="
We place on record that we do not support or endorse this decision of his.
">Ajit Pawar's decision to support the BJP to form the Maharashtra Government is his personal decision and not that of the Nationalist Congress Party (NCP).
— Sharad Pawar (@PawarSpeaks) November 23, 2019
We place on record that we do not support or endorse this decision of his.Ajit Pawar's decision to support the BJP to form the Maharashtra Government is his personal decision and not that of the Nationalist Congress Party (NCP).
— Sharad Pawar (@PawarSpeaks) November 23, 2019
We place on record that we do not support or endorse this decision of his.
গৃহমন্ত্ৰী অমিত শ্বাহে আকৌ এবাৰ প্ৰমাণ কৰিলে যে তেওঁ ভাৰতীয় ৰাজনীতিৰ প্ৰকৃত চানক্য ৷ মহাৰাষ্ট্ৰত বিজেপি এনচিপি নেতৃত্বত চৰকাৰ গঠনৰ পাছতেই এই মন্তব্য বিহাৰৰ উপ মুখ্যমন্ত্ৰী সুশীল কুমাৰ মোদীৰ ৷
-
श्री @Dev_Fadnavis जी को महाराष्ट्र के मुख्यमंत्री और श्री @AjitPawarSpeaks को प्रदेश के उपमुख्यमंत्री के रूप में शपथ लेने पर हार्दिक बधाई।
— Amit Shah (@AmitShah) November 23, 2019 " class="align-text-top noRightClick twitterSection" data="
मुझे विश्वास है कि यह सरकार महाराष्ट्र के विकास और कल्याण के प्रति निरंतर कटिबद्ध रहेगी और प्रदेश में प्रगति के नये मापदंड स्थापित करेगी।
">श्री @Dev_Fadnavis जी को महाराष्ट्र के मुख्यमंत्री और श्री @AjitPawarSpeaks को प्रदेश के उपमुख्यमंत्री के रूप में शपथ लेने पर हार्दिक बधाई।
— Amit Shah (@AmitShah) November 23, 2019
मुझे विश्वास है कि यह सरकार महाराष्ट्र के विकास और कल्याण के प्रति निरंतर कटिबद्ध रहेगी और प्रदेश में प्रगति के नये मापदंड स्थापित करेगी।श्री @Dev_Fadnavis जी को महाराष्ट्र के मुख्यमंत्री और श्री @AjitPawarSpeaks को प्रदेश के उपमुख्यमंत्री के रूप में शपथ लेने पर हार्दिक बधाई।
— Amit Shah (@AmitShah) November 23, 2019
मुझे विश्वास है कि यह सरकार महाराष्ट्र के विकास और कल्याण के प्रति निरंतर कटिबद्ध रहेगी और प्रदेश में प्रगति के नये मापदंड स्थापित करेगी।
কংগ্ৰেছ শিৱ সেনা আৰু এনচিপিৰ মাজৰ আলোচনা 3 দিনতকৈ বেছি হ'ব নালাগিছিল ৷ কিয়নো দীঘলীয়া আলোচনাই অজিত পাৱাৰক এই সুবিধা প্ৰদান কৰিলে ৷ ‘পাৱাৰজী, Tussi Great ho’ এইদৰে টুইট যোগে মন্তব্য জ্যেষ্ঠ কংগ্ৰেছ নেতা অভিষেক সাংঘৱীৰ ৷
আনহাতে মহাৰাষ্ট্ৰৰ ৰাজনীতিক লৈ শিৱ সেনাৰ জ্যেষ্ঠ নেতা সঞ্জয় ৰাৱাটৰ প্ৰতিক্ৰিয়া, " যোৱা নিশা 9 বজালৈকে অজিত পাৱাৰ আমাৰ লগতে আছিল ৷ কিন্তু হঠাতে তেওঁ নোহোৱা হৈ গৈছিল আৰু তাৰ পাছতেই আমাৰ লগত ভালকৈ কথা বতৰাও পতা নাছিল ৷ তেতিয়াই আমাৰ কিছু সন্দেহ হৈছিল" বুলি মন্তব্য নেতা গৰাকীৰ ৷
-
Surreal wht I read abt #Maharashtra. Thought it was fake news. Candidly &personally speaking, our tripartite negotiations shd not have gone on for more than 3 days...took too long. Window given was grabbed by fast movers. #pawarji tussi grt ho! Amazing if true, still not sure
— Abhishek Singhvi (@DrAMSinghvi) November 23, 2019 " class="align-text-top noRightClick twitterSection" data="
">Surreal wht I read abt #Maharashtra. Thought it was fake news. Candidly &personally speaking, our tripartite negotiations shd not have gone on for more than 3 days...took too long. Window given was grabbed by fast movers. #pawarji tussi grt ho! Amazing if true, still not sure
— Abhishek Singhvi (@DrAMSinghvi) November 23, 2019Surreal wht I read abt #Maharashtra. Thought it was fake news. Candidly &personally speaking, our tripartite negotiations shd not have gone on for more than 3 days...took too long. Window given was grabbed by fast movers. #pawarji tussi grt ho! Amazing if true, still not sure
— Abhishek Singhvi (@DrAMSinghvi) November 23, 2019
সঞ্জয় ৰাৱাটৰ এই মন্তব্যৰ পাছতেই বিজেপি নেতা গিৰিশ মহাজনে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷ শিৱ সেনাৰ প্ৰতিগৰাকী বিধায়কে সঞ্জয় ৰাৱাটক লৈ হতাশ , তেওঁলোকেও আমাৰ ওচৰলৈ অহাৰ বাবে চিন্তা চৰ্চা চলাই আছে বুলি মন্তব্য বিজেপিৰ নেতা গৰাকীৰ ৷