ETV Bharat / bharat

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিজৰ পদত্যাগ

author img

By

Published : Nov 26, 2019, 5:22 PM IST

ৰাষ্ট্ৰপতি শাসনৰ পিচতেই মহাৰাষ্ট্ৰত গঠন হোৱা চৰকাৰৰ পতন ৷ অৱশেষত পদত্যাগ কৰিলে মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিজে ৷

CM Fadnavis Resigns, Maharastra Politcs, Maha Floor test, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিজৰ পদত্যাগ, মহাৰাষ্ট্ৰ মুখ্যমন্ত্ৰী পদত্যাগ, মহাৰাষ্ট্ৰ উপ-মুখ্যমন্ত্ৰী পদত্যাগ, মহাৰাষ্ট্ৰ আস্থা ভোটৰ পূৰ্বেই পতন চৰকাৰ
দেৱেন্দ্ৰ ফাড়নাভিজৰ পদত্যাগ

নেশ্বনেল ডেস্ক, 26 নৱেম্বৰঃ অৱশেষত শাসনৰ পৰা পদত্যাগ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিজৰ ৷ ৰাষ্ট্ৰপতি শাসনৰ পিচত গঠন হোৱা চৰকাৰৰ হঠাৎ পতন ঘটে মহাৰাষ্ট্ৰত ৷ আস্থাভোটলৈ এদিন বাকী থকা অৱস্থাতে উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ পদত্যাগৰ পিচতে পদত্যাগ কৰে মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিজে ৷ উল্লেখ্য যে, দেশৰ উচ্চতম ন্যায়ালয়ে 27 নৱেম্বৰত মহাৰাষ্ট্ৰত আস্থাভোট অনুষ্ঠিত কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছিল ৷ কিন্তু আস্থা ভোটলৈ এদিন বাকী থকা অৱস্থাতে আমাৰ হাতত সংখ্যাগৰিষ্ঠতা নাই বুলি উল্লেখ কৰি পদত্যাগ কৰে মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিজে ৷ কিছুসময়ৰ পিচতেই ৰাজ্যপালৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰিব মুখ্যমন্ত্ৰী ফাড়নাভিজে ৷

লগতে পঢ়কঃ আস্থাভোটৰ পূৰ্বে মহাৰাষ্ট্ৰ চৰকাৰত খহনীয়া

Intro:Body:

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিজৰ পদত্যাগ 

ৰাষ্ট্ৰপতি শাসনৰ পিচতেই মহাৰাষ্ট্ৰত গঠন হোৱা চৰকাৰৰ পতন ৷ অৱশেষত পদত্যাগ কৰিলে মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিজে ৷ 

নেশ্বনেল ডেস্ক, 26 নৱেম্বৰঃ অৱশেষত শাসনৰ পৰা পদত্যাগ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিজৰ ৷ ৰাষ্ট্ৰপতি শাসনৰ পিচত গঠন হোৱা চৰকাৰৰ হঠাৎ পতন ঘটে মহাৰাষ্ট্ৰত ৷ আস্থাভোটলৈ এদিন বাকী থকা অৱস্থাতে উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ পদত্যাগৰ পিচতে পদত্যাগ কৰে মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিজে ৷ উল্লেখ্য যে, দেশৰ উচ্চতম ন্যায়ালয়ে 27 নৱেম্বৰত মহাৰাষ্ট্ৰত আস্থাভোট অনুষ্ঠিত কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছিল ৷ কিন্তু আস্থা ভোটলৈ এদিন বাকী থকা অৱস্থাতে আমাৰ হাতত সংখ্যাগৰিষ্ঠতা নাই বুলি উল্লেখ কৰি পদত্যাগ কৰে মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিজে ৷ কিছুসময়ৰ পিচতেই ৰাজ্যপালৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰিব মুখ্যমন্ত্ৰী ফাড়নাভিজে ৷

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.