ETV Bharat / bharat

লুধিয়ানা জুম্মা মছজিদৰ শ্বাহী ইমামৰ কেবৰ বিৰোধিতা

author img

By

Published : Dec 6, 2019, 10:29 PM IST

কেব সন্দৰ্ভত বিৰোধী স্থিতিত ঐতিহাসিক লুধিয়ানা জুম্মা মছজিদৰ শ্বাহী ইমাম ৷ কেবক অসাংবিধানিক আৰু ৰাষ্ট্ৰ অহিতৈষী বিল আখ্যা ৷

Ludhiana Jama Masjid Shahi Imam opposed CAB
লুধিয়ানা জুম্মা মছজিদৰ শ্বাহী ইমামৰ কেবৰ বিৰোধিতা

লুধিয়ানা,6 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিপক্ষে ঐতিহাসিক লুধিয়ানা জুম্মা মছজিদৰ শ্বাহী ইমামে স্থিতি গ্ৰহণ কৰিছে ৷ ইমামগৰাকীয়ে বিজেপি তথা কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ধৰ্মৰ ভিত্তিত দেশৰ নাগৰিকৰ সূত্ৰ নতুনকৈ নিৰূপণ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি অভিযোগ উত্থাপন কৰে ৷ কেন্দ্ৰীয় কেবিনেটে ইতিমধ্যে অনুমোদন জনোৱা এই বিলখন অসাংবিধানিক আৰু ৰাষ্ট্ৰ অহিতৈষী বুলিও আখ্যা দিয়ে ইমামগৰাকীয়ে ৷ তেওঁ লগতে বিলখনৰ সীমাবদ্ধতাৰ বিষয়ে উল্লেখ কৰি কয় যে, এই বিলখনৰ নেপাল, ম্যানমাৰ, শ্ৰীলংকা আদি দেশসমূহত থকা ধৰ্মীয় তথা ভাষিক সংখ্যালঘুসকলৰ সন্দৰ্ভত দৃষ্টিভংগী স্পষ্ট নহয় ৷

আৰু পঢ়ক ৰণহুংকাৰঃ আমাৰ প্ৰথম আৰু শেষ কথা- কেব নামানো

Intro:Body:

The Shahi Imam of Jama Masjid, located in Ludhiana, held a press conference and raised questions about the civil amendment bill passed by the government.

Shahi Imam of Jama Masjid said that the government wants to divide among the Hindu Muslims and the government has deliberately passed the bill for the hard Muslims. He said that the government does not want the people of the country to stay united and the government should clear its stand on refugees coming from Nepal religions.

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.