ETV Bharat / bharat

পুনৰ বৃদ্ধি হ’ল ৰাজ্যসাহায্য বিহীন চিলিণ্ডাৰৰ দাম

author img

By

Published : Feb 12, 2020, 2:48 PM IST

ৰাজ্যসাহায্য বিহীন প্ৰতিটো চিলিণ্ডাৰৰ মূল্য দেশৰ মেট্ৰ’পলিটান চহৰসমূহত নূন্যতম 144 টকাকৈ বৃদ্ধি কৰা হৈছে ৷ বুধবাৰৰ বাৰে এই নতুন নিৰিখ প্ৰযোয্য হ’ব মেট্ৰ’ চহৰসমূহত ৷

LPG prices hiked up to Rs 144 per cylinder
পুনৰ বৃদ্ধি হ’ল ৰাজ্যসাহায্য বিহীন চিলিণ্ডাৰৰ দাম

নেশ্যনেল ডেস্ক, 12 ফেব্ৰুৱাৰীঃ ৰাজ্যৰ দ্বাৰা পৰিচালিত ইণ্ডিয়ান অইলে বুধবাৰে ৰাজ্যসাহায্য বিহীন প্ৰতিটো চিলিণ্ডাৰৰ মূল্য দেশৰ মেট্ৰ’পলিটান চহৰসমূহত নূন্যতম 144 টকাকৈ বৃদ্ধি কৰা হৈছে ৷ বুধবাৰৰ বাৰে এই নতুন নিৰিখ প্ৰযোজ্য হ’ব মেট্ৰ’ চহৰসমূহত ৷ উল্লেখ্য যে বিগত 1 জানুৱাৰীৰ পৰা বৃদ্ধি হোৱা নাছিল চিলিণ্ডাৰৰ মূল্য ৷

ইণ্ডিয়ান অইলৰ নতুন নিৰিখ অনুসৰি দিল্লীত ইণ্ডেণ গেছৰ মূল্য পূৰ্বৰ 858.50 টকাৰ বিপৰীতে তাৰ লগত 144.50 টকা বৃদ্ধি কৰা হৈছে ৷ ঠিক তেনেদৰে কলকাতাত পূৰ্বৰ 896 টকাৰ বিপৰীতে তাৰ লগত 149 টকা, মুম্বাইত পূৰ্বৰ 829.50 টকাৰ বিপৰীতে তাৰ লগত 145 টকা আৰু চেন্নাইত পূৰ্বৰ 881 টকাৰ বিপৰীতে তাৰ লগত 147 টকা বৃদ্ধি কৰা হৈছে ৷

উল্লেখ্য যে ইণ্ডিয়ান অইল দেশৰ সৰ্ববৃহৎ এলপিজি বহনকাৰী তৈলখণ্ড ৷

আৰু পঢ়কঃনিৰ্ভয়া কাণ্ড : ৰাষ্ট্ৰপতিৰ ৰায়দানক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান অপৰাধীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.