ETV Bharat / bharat

দিল্লীত বৃদ্ধি কৰা নহয় লক ডাউনঃ সৈতেন্দ্ৰ জৈন

author img

By

Published : Jun 12, 2020, 3:22 PM IST

ৰাজধানী চহৰ দিল্লীত ৩৪০০০ অতিক্ৰম কৰিছে কোভিড-১৯ আক্ৰান্ত লোকৰ সংখ্যাই । আনহাতে,এই মহামাৰীত মৃত্যুমুখত পৰিছে ১,০৮৫ গৰাকী ৰোগী।

Satyendra Jain
Lockdown দিল্লীত বৃদ্ধি কৰা নহয় লক ডাউনঃ সৈতেন্দ্ৰ জৈনwill not be extended in Delhi: Health Minister Satyendra Jain

নিউজ ডেস্ক, ১২ জুনঃ ৰাজধানী দিল্লীত বৃদ্ধি কৰা নহয় লক ডাউন। কেৱল কোভিড-১৯ৰ সংক্ৰমণ ৰোধৰ কাৰণে সাৱধানতা অৱলম্বনৰ বাবেহে অব্যাহত থাকিব লক ডাউন। দিল্লীৰ স্বাস্থ্য মন্ত্ৰী সৈতেন্দ্ৰ জৈনে প্ৰকাশ কৰে ই কথা।

Lockdown will not be extended in Delhi: Health Minister Satyendra Jain
দিল্লীত বৃদ্ধি কৰা নহয় লকডাউনঃ সৈতেন্দ্ৰ জৈন

স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি ৰাজধানী চহৰখনত ৩৪০০০ অতিক্ৰম কৰিছে কোভিড-১৯ আক্ৰান্ত লোকৰ সংখ্যাই । আনহাতে,এই মহামাৰীত মৃত্যুমুখত পৰিছে ১,০৮৫ গৰাকী ৰোগী।

আনহাতে, দেশজুৰি ২,৯৭,৫৩৫ গৰাকীলৈ বৃদ্ধি পাইছে কোভিড-১৯ আক্ৰান্ত ব্যক্তিৰ সংখ্যা। ইয়াৰ ভিতৰত ১,৪১,৮৪২ গৰাকী ৰোগী চিকিত্সাধীন অৱস্থাত থকাৰ বিপৰীতে আৰোগ্য লাভ কৰিছে ১,৪৭,১৯৫ গৰাকী লোকে।

লগতে চাওকঃ বাঘজান তৈল্যখাদ বিস্ফোৰণ : প্ৰত্যক্ষদৰ্শীৰ মুখেৰে হুবহু বিৱৰণ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.