ETV Bharat / bharat

30 জুনলৈ বৃদ্ধি কৰা হ'ব পশ্চিম বংগৰ লক ডাউনঃ মমতা - বৃদ্ধি পাই থকা কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা

বৰ্তমানে বৃদ্ধি পাই থকা কৰ'ণা আক্ৰান্ত লোকৰ পৰিপ্ৰেক্ষিতত পশ্চিমবংগত লক ডাউন 30 জুনলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা বুলি জনাইছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ।

30 জুনলৈ বৃদ্ধি কৰা হ'ব পশ্চিম বংগৰ লক ডাউনঃ মমতা

author img

By

Published : Jun 8, 2020, 10:48 PM IST

নিউজ ডেস্ক, 8 জুনঃ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে সোমবাৰে ঘোষণা কৰে যে, ৰাজ্যখনত লক ডাউন 15 জুনৰ পৰিৱৰ্তে 30 জুনলৈ বৃদ্ধি কৰা হৈছে । ৰাজ্যখনত বৰ্তমানলৈ বৃদ্ধি পাই থকা কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যাৰ বাবেই এই সিদ্ধান্ত লোৱা বুলি জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে ।

এই সময়চোৱাত বহু ক্ষেত্ৰত শিথিলতা থাকিব যদিও কছু নীতি নিয়ম বান্ধি দিয়া হৈছে । ৰাজহুৱা অনুষ্ঠানত সৰ্বাধিক 10 গৰাকী লোকৰ সমাগম হ'ব পাৰিব আৰু বিবাহ বা সৎকাৰ তেনে অনুষ্ঠানত সৰ্বাধিক 25 গৰাকী লোক উপস্থিত থাকিব পাৰিব ।

অৱশ্যে, "Unlock-1" ৰ অংশ হিচাবে বিগত আঢ়ৈমাহৰ পাচত ৰাজ্যখনত সোমবাৰৰ পৰা শ্বপিং মল, ৰেষ্টোৰাৰ লগতে আন কেতবোৰ সেৱা প্ৰতিস্থান পুনৰ মুকলি কৰা হৈছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.