ETV Bharat / bharat

মুম্বাই আৰু গুজৰাটৰ দিশে আগবাঢ়িছে নিসৰ্গঃ শেহতীয়া তথ্য - নিসৰ্গ ঘূৰ্ণী বতাহ

মহাৰাষ্ট্ৰত সম্ভাৱনীয় বিপদৰ আশংকাত মোতায়েন কৰা হৈছে 30টাতকৈ অধিক এন.ডি.আৰ.এফ বাহিনীৰ কোম্পানী ৷

Mumbai on edge as cyclone Nisarga nears
মুম্বাই আৰু গুজৰাটৰ দিশে নিসৰ্গ
author img

By

Published : Jun 3, 2020, 1:30 PM IST

Updated : Jun 3, 2020, 1:36 PM IST

নিউজ ডেস্ক,3 জুনঃ COVID-19ৰ বিপৰ্যয়ৰ মাজতে ভাৰতৰ বতৰ বিজ্ঞান বিভাগে (IMD) দিছে নিসৰ্গৰ আগজাননী ৷ জনাইছে 100তকৈ বেছি বছৰৰ পিছত মুম্বাইত হ'ব ঘূৰ্ণী বতাহৰ তাণ্ডৱ ৷ মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাৰ আলিবাগত পুৱা 5.30 বজাৰ পৰা নিসৰ্গ ঘূৰ্ণী বতাহ তীব্ৰতৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা ৷ বৰ্তমান উত্তৰ পূব দিশে আগুৱাই গৈ থকা নিসৰ্গই দুপৰীয়াৰ পিছত উত্তৰ মহাৰাষ্ট্ৰ আৰু দক্ষিণ গুজৰাটৰ দিশে আগুৱাই যাব ৷

আহি আছে নিসৰ্গ
Mumbai oMumbai on edge as cyclone Nisarga nearsn edge as cyclone Nisarga nears
নিসৰ্গ ঘূৰ্ণী বতাহ
নিসৰ্গ ঘূৰ্ণী বতাহৰ প্ৰভাৱ
নিসৰ্গ ঘূৰ্ণী বতাহৰ প্ৰভাৱ
নিসৰ্গ ঘূৰ্ণী বতাহৰ প্ৰভাৱ
নিসৰ্গ ঘূৰ্ণী বতাহৰ প্ৰভাৱ
নিসৰ্গ ঘূৰ্ণী বতাহৰ প্ৰভাৱ
নিসৰ্গ ঘূৰ্ণী বতাহৰ প্ৰভাৱ

সামগ্ৰিক পৰিস্থিতিলৈ লক্ষ্য কৰি নিসৰ্গৰ সৈতে যুঁজ দিবৰ বাবে মহাৰাষ্ট্ৰৰ বিভিন্ন স্থানত আৱশ্যক সামগ্ৰীৰ সৈতে 93 টা লাইফ গাৰ্ড, উদ্ধাৰকাৰী নাও, Jet key আৰু অগ্নি নিৰ্বাপন বাহিনীৰ পৰা 150 গৰাকী বান উদ্ধাৰকাৰী কৰ্মী সাজু কৰা হৈছে ৷

Last Updated : Jun 3, 2020, 1:36 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.