ETV Bharat / bharat

বিদ্যালয়কে ধৰি চৰকাৰী কাৰ্যালয়ত উপস্থিতি বৃদ্ধি জম্মু-কাশ্মীৰত - নিষেধাজ্ঞা শিথিল

অনুচ্ছেদ 370 আৰু 35(A) প্ৰত্যাহাৰৰ পিচতে সৃষ্টি হোৱা পৰিস্থিতি ক্ৰমাৎ সুস্থিৰ অৱস্থালৈ ঘূৰি আহিছে ৷ সংবাদমেলযোগে এই কথা প্ৰকাশ কৰিছে জম্মু-কাশ্মীৰৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া ছৈয়দ শ্বেহৰিছ আছগৰে ৷

বিদ্যালয়কে ধৰি চৰকাৰী কাৰ্যালয়ত উপস্থিতি বৃদ্ধি জম্মু-কাশ্মীৰত
author img

By

Published : Aug 20, 2019, 3:26 PM IST

নিউজ ডেস্ক, 20 আগষ্টঃ জম্মু-কাশ্মীৰত ক্ৰমাৎ স্বাভাৱিক হৈ পৰিছে জীৱনযাত্ৰা ৷ অনুচ্ছেদ 370 আৰু 35(A) প্ৰত্যাহাৰ তথা কেন্দ্ৰীয়শাসিত অঞ্চল ঘোষণাক লৈ সৃষ্টি হোৱা উদ্বেগজনক পৰিস্থিতি কিছু শাম কাটিছে ৷ সংবাদমেলযোগে এই কথা প্ৰকাশ কৰিছে জম্মু-কাশ্মীৰৰ তথ্য আৰু জনসম্পৰ্কৰক্ষী বিভাগৰ শীৰ্ষ বিষয়াই ৷

বিদ্যালয়কে ধৰি চৰকাৰী কাৰ্যালয়ত উপস্থিতি বৃদ্ধি জম্মু-কাশ্মীৰত

সমগ্ৰ অঞ্চলটোতে জীৱনযাত্ৰা স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ লগতে জাৰী কৰা নিষেধাজ্ঞা শিথিল কৰি দিয়া হৈছে ৷ সংবাদমেলযোগে এই কথা প্ৰকাশ কৰিছে মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া ছৈয়দ শ্বেহৰিছ আছগৰে ৷ জনসাধাৰণক কোনোধৰণৰ উৰাবাতৰি প্ৰচাৰ কৰাৰ পৰা বিৰত থকাৰ লগতে উৰাবাতৰিত বিশ্বাস নকৰিবলৈ আহ্বান জনাইছে বিষয়াগৰাকীয়ে ৷

জনসম্পৰ্কৰক্ষী বিষয়া ছৈয়দ শ্বেহৰিছ আছগৰে আইন কিছু শিথিল কৰি দিয়াৰ কথা প্ৰকাশ কৰিছে ৷ বিদ্যালয়সমূহ পুনৰ খোলাৰ লগতে শিক্ষকসকলক শ্ৰেণীৰ বাবে নিৰ্দেশনা দিয়া হৈছে ৷ কিন্তু এতিয়াও বহু ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়লৈ অহা নাই যাৰ বাবে বিদ্যালয়সমূহ আৰম্ভ হোৱাত বিলম্ব হৈ আছে ৷ কাশ্মীৰ উপত্যকাত এতিয়ালৈকে কোনো মুখ্য হিংসাত্মক ঘটনা ঘটা নাই ৷ দুষ্ট চক্ৰৰ দ্বাৰা প্ৰচাৰিত উৰা বাতৰিত বিশ্বাস নকৰিবলৈ জনসাধাৰণক অনুৰোধ জনায় মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াগৰাকীয়ে ৷

Intro:Body:

ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ জম্মু-কাশ্মীৰৰ পৰিস্থিতি 

অনুচ্ছেদ 370 আৰু 35(A) প্ৰত্যাহাৰৰ পিচতে সৃষ্টি হোৱা পৰিস্থিতি ক্ৰমাৎ সুস্থিৰ অৱস্থালৈ ঘুৰি আহিছে ৷ সংবাদমেলযোগে এই কথা প্ৰকাশ কৰিছে জম্মু-কাশ্মীৰৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া ছৈয়দ শ্বেহৰিছ আছগৰে ৷ 

নিউজ ডেস্ক, 20 আগষ্টঃ জম্মু-কাশ্মীৰত ক্ৰমাৎ স্বাভাৱিক হৈ পৰিছে জীৱনযাত্ৰা ৷ অনুচ্ছেদ 370 আৰু 35(A) প্ৰত্যাহাৰ তথা কেন্দ্ৰীয়শাসিত অঞ্চল ঘোষণাক লৈ সৃষ্টি হোৱা উদ্বেগজনক পৰিস্থিতি কিছু শাম কাটিছে ৷ সংবাদমেলযোগে এই কথা প্ৰকাশ কৰিছে জম্মু-কাশ্মীৰৰ তথ্য আৰু জনসম্পৰ্কৰক্ষী বিভাগৰ শীৰ্ষ বিষয়াই ৷ 

সমগ্ৰ অঞ্চলটোতে জীৱনযাত্ৰা স্বাভাৱিক অৱস্থালৈ ঘুৰি অহাৰ লগতে জাৰী কৰা নিষেধাজ্ঞা শিথিল কৰি দিয়া হৈছে ৷ সংবাদমেলযোগে এই কথা প্ৰকাশ কৰিছে মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া ছৈয়দ শ্বেহৰিছ আছগৰে ৷ জনসাধাৰণক কোনোধৰণৰ উৰাবাতৰি প্ৰচাৰ কৰাৰ পৰা বিৰত থকাৰ লগতে উৰাবাতৰিত বিশ্বাস নকৰিবলৈ আহ্বান জনাইছে বিষয়াগৰাকীয়ে ৷ 

জনসম্পৰ্কৰক্ষী বিষয়া ছৈয়দ শ্বেহৰিছ আছগৰে আইন কিছু শিথিল কৰি দিয়াৰ কথা প্ৰকাশ কৰিছে ৷ বিদ্যালয়সমূহ পুনৰ খোলাৰ লগতে শিক্ষকসকলক শ্ৰেণীৰ বাবে নিৰ্দেশনা দিয়া হৈছে ৷ কিন্তু এতিয়াও বহু ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়লৈ অহা নাই যাৰ বাবে বিদ্যালয়সমূহ আৰম্ভ হোৱাত বিলম্ব হৈ আছে ৷ কাশ্মীৰ উপত্যকাত এতিয়ালৈকে কোনো মুখ্য হিংসাত্মক ঘটনা ঘটা নাই ৷ দুষ্ট চক্ৰৰ দ্বাৰা প্ৰচাৰিত উৰা বাতৰিত বিশ্বাস নকৰিবলৈ জনসাধাৰণক অনুৰোধ জনায় মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াগৰাকীয়ে ৷

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.