ETV Bharat / bharat

জৈৱ বৈচিত্ৰতা ৰক্ষাৰ বাবে পুনৰ প্ৰতিজ্ঞাবদ্ধ হোৱাৰ আহ্বান প্ৰধানমন্ত্ৰীৰ - জৈৱ বৈচিত্ৰতা ৰক্ষাৰ বাবে পুনৰ প্ৰতিজ্ঞাবদ্ধ হোৱাৰ আহ্বান প্ৰধানমন্ত্ৰীৰ

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে টুইটাৰত দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ । 

Leaders greet people on World Environment Day

author img

By

Published : Jun 5, 2020, 1:46 PM IST

নিউজ ডেস্ক, ৫ জুনঃ আজি বিশ্ব পৰিৱেশ দিৱস । বিশ্ব পৰিৱেশ দিৱস উপলক্ষে টুইটাৰত দেশবাসীক শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । জৈৱ বৈচিত্ৰতা ৰক্ষাৰ বাবে দেশবাসীক পুনৰ প্ৰতিজ্ঞাবদ্ধ হোৱাৰ আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে । তেওঁ ভৱিষ্যত প্ৰজন্মৰ বাবে পৃথিৱীখনক অধিক সুন্দৰকৈ গঢ়ি তোলাৰ বাবে সকলোকে ঐক্যবদ্ধ প্ৰচেষ্টা অব্যাহত ৰখাৰ বাবে আহ্বান জনায় ।

  • On #WorldEnvironmentDay, we reiterate our pledge to preserve our planet’s rich biodiversity. Let us collectively do whatever possible to ensure the flora and fauna with whom we share the Earth thrive. May we leave an even better planet for the coming generations. pic.twitter.com/nPBMthR1kr

    — Narendra Modi (@narendramodi) June 5, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

প্ৰধানমন্ত্ৰী মোডীয়ে টুইটাৰত কয়, "আজি বিশ্ব পৰিৱেশ দিৱসত আমি আমাৰ গ্ৰহৰ জৈৱ বৈচিত্ৰতা ৰক্ষাৰ বাবে পুনৰ প্ৰতিজ্ঞাবদ্ধ হৈছো । জৈৱ-বৈচিত্ৰতাৰ বহনক্ষম ধাৰাটোক অটুট ৰখাৰ লগতে জীৱকুল আৰু প্ৰাণীকুলক ৰক্ষাৰ বাবে যথাসম্ভৱ সকলো কৰিবলৈ আমি সাজু থাকিব লাগিব ।"

  • On #WorldEnvironmentDay, our resolve shd b to protect nature & adopt a lifestyle reducing carbon footprints. We mst “Celebrate Biodiversity” & find ways to prsrv it & ensure ecosystems remain in good health. Our environment is basis of our well being. Let’s live in tune wd nature

    — Ashok Gehlot (@ashokgehlot51) June 5, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.