ETV Bharat / bharat

অৰুণাচলত ভয়ংকৰ ভূমিস্খলন - tezpur

অৰুণাচলৰ পশ্চিম কামেং জিলাৰ নাগ মন্দিৰৰ সমীপত ভূমিস্খলন ৷ পাহাৰীয়া নৈৰ সোঁতে উটুৱাই নিলে কালভাৰ্ট, ৰেষ্টুৰেন্ট, ঘৰ ৷ জিলা প্ৰশাসনে নিষিদ্ধ কৰিছে যান বাহনৰ চলাচল ৷

অৰুণাচলত ভয়ংকৰ ভূমিস্খলন
author img

By

Published : Jul 8, 2019, 9:28 PM IST

তেজপুৰ, 8 জুলাই : অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ নাগ মন্দিৰৰ সমীপত ভয়ংকৰ ভূমিস্খলন ৷ এটা কালভাৰ্ট, এখন ৰেষ্টুৰেন্ট আৰু কেইবাটাও ঘৰ নিমিষতে উটুৱাই নিলে পাহাৰীয়া নৈৰ সোঁতে ৷ বৰ্তমানেও সন্ধানহীন হৈ আছে দুজন লোক ৷ বিয়লি 5 বজাত সংঘটিত হয় এই ভয়াৱহ দুৰ্ঘটনা ৷ চেঁচা আৰু ৰুপাৰ মাজত 64 কিঃ মিঃ পথত আৱদ্ধ 100ৰো অধিক যান বাহন ৷ ইয়াৰ মাজত আছে পৰ্যটকৰ বাহনো ৷ জিলা প্ৰশাসনে নিষিদ্ধ কৰিছে যান বাহনৰ চলাচল ৷ পথ মুকলি কৰিবৰ বাবে অধিক লোকক নিয়োগ কৰিবলৈ নিৰ্দেশ দিছে অতিৰিক্ত উপায়ুক্ত এনডিও পাৰ্টিনে ৷ যোৱা তিনিদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলতে পাহাৰীয়া নৈৰ স্ৰোত বৃদ্ধি হৈছে জিলাখনত ৷

Intro:তেজপুৰ,৮ জুলাই : অৰুনাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ নাগ মন্দিৰৰ সমীপত ভয়ংকৰ ভূমিস্খলন ৷
এটা কাল্ভাট , এখন ৰেষ্ট্ৰোৰেন্ট আৰু কেইবাটাও ঘৰ নিমিষতে উটুৱাই নিলে পাহাৰীয়া নৈৰ সোতে ৷ দুজন লোক সন্ধানহীন ৷বিয়লি ৫ বজাত সংঘটিত এই ভয়াবহ দুৰ্ঘটনা ৷
চেচা আৰু ৰুপাৰ মাজত ৬৪ কিঃ মিঃ পথত আৱদ্ধ ১০০ অধিক যান বাহন , পৰ্যটকৰ বাহন ৷
জিলা প্ৰশাসনে নিসিদ্ধ কৰিলে জান বাহনৰ চলাচল ৷
Body:অতিৰিক্ত উপায়ুক্ত এনডিও পাৰ্টিনে বি আৰ অ ক নিৰ্দেশ যাৰি কৰিছে অধিক লোকক নিয়োগ কৰি পথ মুকলি কৰিবৰ বাবে ৷
যোৱা তিনি দিন ধৰি নেৰা নেপেৰা বৰষুনৰ ফলত পাহাৰীয়া নৈৰ জলপ্ৰপাত বৃদ্ধি পাইছে ৷ ভুমিস্খলনৰ ফলত কেবাটাও ঘৰ ধ্বংস হোৱাৰ লগতে যান বাহনো ধ্বংস হয় ৷
স্থানীয় লোকৰ মতে দাহোঙৰ কাষত থকা আন এটা কাল্ভাৰ্ট পানীয়ে উটুৱাই নিয়াৰ আশংকা ৷Conclusion:ভালুকপংৰ বিধায়ক খুমচি চিদ্দিচ'য়ে জনায় জে ভালুকপং চাৰিদুৱাৰ আৰু ব'মডিলাৰ মাজত সম্পূৰ্ন যোগাযোগ বিচ্ছিন্ন হৈ আছে , আৰু ২ জন লোক নিৰুদ্দেশ হৈছে ৷

প্ৰণৱ কুমাৰ দাস৷
তেজপুৰ
৮/৭/১৯
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.