ETV Bharat / bharat

মিছিগানৰ হাউচ অফ ৰিপ্ৰেজেনটেটিভছলৈ নিৰ্বাচিত কৰ্ণাটকৰ ব্যক্তি

author img

By

Published : Nov 7, 2020, 10:17 PM IST

মিছিগানৰ হাউচ অফ ৰিপ্ৰেজেনটেটিভছলৈ নিৰ্বাচিত হৈছে কৰ্ণাটকৰ বেলাগাভীৰ শ্ৰীনিবাস থানেদাৰ। প্ৰায় ৬ গৰাকী প্ৰতিদ্বন্দীক পৰাজিত কৰি ৯০% শতাংশ ভোটত জয়লাভ কৰি হাউছ অফ ৰিপ্ৰেজেনটেটিভছলৈ নিৰ্বাচিত হৈছে শ্ৰীনিবাস।

karnataka-man-elected-to-michigan-legislative
মিছিগানৰ হাউছ অফ ৰিপ্ৰেজেনটেটিভছলৈ নিৰ্বাচিত কৰ্ণাটকৰ শ্ৰীনিথানেদাৰবাস

নেশ্যনেল ডেস্ক, 6 নৱেম্বৰ: মিছিগানৰ হাউচ অফ ৰিপ্ৰেজেনটেটিভছলৈ নিৰ্বাচিত হৈছে কৰ্ণাটকৰ বেলাগাভীৰ শ্ৰীনিবাস থানেদাৰ। প্ৰায় ৬ গৰাকী প্ৰতিদ্বন্দীক পৰাজিত কৰি ৯০% শতাংশ ভোটত জয়লাভ কৰি হাউছ অফ ৰিপ্ৰেজেনটেটিভছলৈ নিৰ্বাচিত হৈছে শ্ৰীনিবাস। ডেমোক্ৰেটিক দলৰ সদস্য থানেদাৰ ২০১৮ বৰ্ষত মিছিগানৰ ৰাজ্যপালৰ কাৰ্যালয়তো প্ৰতিদ্বন্দিতা আগবঢ়াইছিল ।

কৰ্ণাটকৰ বেলাগাভীত জন্মলাভ কৰা থানেদাৰ এগৰাকী প্ৰখ্যাত গীতিকাৰ, বিজ্ঞানী আৰু আমেৰিকাৰ এগৰাকী সফল ব্যৱসায়ী। তেখেতে চিন্তামানৰাওৰ চৰকাৰী বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰ্যন্ত শিক্ষা গ্ৰহণ কৰাৰ লগতে বম্বে বিশ্ববিদ্যালয়ৰ পৰা ১৯৭৭ চনত ৰসায়ন বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু ১৯৭৯ চনত আমেৰিকালৈ উৰা মাৰে।

তেখেতৰ এই সফলতাত জিলাখনৰ সকলো লোকেই শুভেচ্ছা জ্ঞাপন কৰে।

লগতে পঢ়কঃ আছুৰ ভৱিষ্যতক লৈ চিন্তিত অতুল বৰা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.