ETV Bharat / bharat

দেশৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ ন্যায়াধীশ এচ এ ব’বডেৰ

author img

By

Published : Nov 18, 2019, 1:27 PM IST

ভাৰতৰ 47 সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ ন্যায়াধীশ শাৰদ অৰবিন্দ ব’বডেৰ ৷ শপত বাক্য পাঠ কৰোৱাই ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৷

মুখ্য ন্যায়াধীশ হিচাপে শপতগ্ৰহণ ন্যায়াধীশ এচ এ ব’বডেৰ

নেশ্যনেল ডেস্ক, 18 নৱেম্বৰ: সোমবাৰে ন্যায়াধীশ শাৰদ অৰবিন্দ ব’বডেয়ে ভাৰতৰ 47 সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে ৷ সোমবাৰে পুৱা 9.30 শপত বাক্য পাঠ কৰোৱাই ৰাষ্ট্ৰপতি ৰামনাথ কবিন্দে ৷ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে 18 অক্টোবৰত প্ৰক্ষেপ কৰিছিল ন্যায়াধীশ গৰাকীৰ নাম ৷ উচ্চতম ন্যায়ালয়ৰ দ্বিতীয় জ্যেষ্ঠ ন্যায়াধীশ আছিল শৰদ অৰবিন্দ ব’বডে ৷ মুখ্য ন্যায়াধীশ হিচাপে 18 মাহ কাৰ্যকাল পাব ব’বডেয়ে ৷ 2021 চনৰ 23 এপ্ৰিলত অৱসৰ গ্ৰহণ কৰিব ন্যায়াধীশ ব’বডেয়ে ৷

Justice SA bobde takes oath as CJI

1954 চনৰ 24 এপ্ৰিলত নাগপুৰত জন্মলাভ কৰা ব’বডেয়ে নাগপুৰ বিশ্ববিদ্যালয়ৰ পৰা আইনত স্নাতক ডিগ্ৰী লাভ কৰিছিল ৷ 1978 চনত তেওঁক মহাৰাষ্ট্ৰ বাৰ কাউঞ্চিলৰ সদস্য হিচাপে পঞ্জীয়নভুক্ত হয় ৷ 1998 চনত তেওঁক জ্যেষ্ঠ অধিবক্তা হিচাপে অধিষ্ঠিত হৈছিল ৷ ন্যায়াধীশ হিচাপে তেওঁৰ কৰ্মজীৱন আৰম্ভ হৈছিল 2000 চনত ৷ প্ৰথমে বম্বে উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে আৰু তাৰ পিছত 2012 চনৰ 16 অক্টোবৰত মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্ত হৈছিল ৷ 2013 চনৰ 12 এপ্ৰিলত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি পাইছিল ৷

লগতে পঢ়ক: আজিৰে পৰা সংসদৰ শীতকালীন অধিৱেশন, উত্থাপন হ'ব নাগৰিকত্ব সংশোধনী বিধেয়ক

Intro:Body:

NEW CHIEF JUSTICE

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.