ETV Bharat / bharat

বুলন্দশ্বাহৰ আইনজীৱী হত্যাঃ প্ৰিয়ঙ্কা গান্ধীৰ যোগীক ভৎসনা

বুলন্দশ্বাহৰ আইনজীৱী ধৰ্মেন্দ্ৰ চৌধুৰীৰ মৃত্যুৰ ঘটনাক গৰিহণা দি কংগ্ৰেছ মহা সচিব প্ৰিয়ঙ্কা গান্ধী বাড্ৰায়ে যোগী আদিত্য নাথ শাসিত উত্তৰ প্ৰদেশ চৰকাৰখনক কৰিলে তীব্ৰ সমালোচনা । প্ৰিয়ঙ্কা গান্ধী বাড্ৰায়ে কলে,উত্তৰ প্ৰদেশত এতিয়া জংঘলৰাজ অধিক বাঢ়িছে ।

'Jungle raj growing in UP': Priyanka Gandhi slams Yogi govt over death of Bulandshahr lawyer
বুলন্দশ্বাহৰ আইনজীৱী গৰাকীৰ হত্যাৰ প্ৰসংগত প্ৰিয়ঙ্কা গান্ধীয়ে যোগীক কৰিলে ভৎসনা
author img

By

Published : Aug 1, 2020, 10:49 PM IST

নিউজ ডেস্ক,১আগষ্ট : বুলন্দশ্বাহৰ আইনজীৱী ধৰ্মেন্দ্ৰ চৌধুৰীৰ মৃত্যুৰ প্ৰসংগত উত্তৰ প্ৰদেশ চৰকাৰক তীব্ৰ সমালোচনা কৰি কংগ্ৰেছ মহা সচিব প্ৰিয়ঙ্কা গান্ধী বাড্ৰায়ে ক'লে,উত্তৰ প্ৰদেশত এতিয়া জংঘলৰাজ অধিক বাঢ়িছে। যোৱা ২৫ জুলাইত নিৰুদ্দেশ হোৱা বুলন্দশ্বাহৰ আইনজীৱী ধৰ্মেন্দ্ৰ চৌধুৰীক অপহৰণকাৰীয়ে জ্বলাই দিয়াৰ ঘটনাৰ পিছতেই প্ৰিয়ঙ্কা গান্ধী বাড্ৰাই চৰকাৰখনৰ বিৰুদ্ধে সোচ্চাৰ হৈ কৰিলে এই অভিযোগ ।

উত্তৰ প্ৰদেশত ক্ৰমবৰ্ধমান আইন শৃংখলা পৰিস্থিতিৰ অৱনতি ঘটাৰ অভিযোগ তুলি শনিবাৰে কংগ্ৰেছ মহাসচিব প্ৰিয়ঙ্কা গান্ধী বাড্ৰাই যোগী আদিত্যনাথ শাসিত চৰকাৰখনক কৰিলে তীব্ৰ সমালোচনা ।

উল্লেখ্য যে,২৫ জুলাইতে নিৰুদ্দেশ হোৱা বুলন্দশ্বাহৰ আইনজীৱী ধৰ্মেন্দ্ৰ চৌধুৰীক ৩১জুলাইত অপহৰণকাৰীয়ে জ্বলাই দি হত্যা কৰাৰ এটা দিন পিছতে এইদৰে আক্ৰমণাত্মক হ'ল প্ৰিয়ঙ্কা ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.