ETV Bharat / bharat

ডাটা সুৰক্ষা বিধেয়কক লৈ গুগুল টুইটাৰক চমণ বিধেয়ক পেনেলৰ - টুইটাৰৰ বেৱ ছাৰ্ভিচ

বিজেপি সাংসদ মীনাক্ষি লেখীৰ অধ্যক্ষতাত গঠিত ব্যক্তিগত ডাটা সুৰক্ষা বিধেয়ক, 2019ৰ যুটীয়া কমিটীৰ সন্মুখত উপস্থিত হ'বলৈ কোৱা হৈছে গুগল,আমাজন,পেটিএম আৰু টুইটাৰৰ প্ৰতিনিধি দলক ৷

ডাটা সুৰক্ষা বিধেয়কক লৈ গুগুল টুইটাৰক চমণ বিধেয়ক পেনেলৰ

author img

By

Published : Oct 23, 2020, 1:22 PM IST

নিউজ ডেস্ক, 23 অক্টোবৰ : ব্যক্তিগত ডাটা সুৰক্ষা বিধেয়ক, 2019ৰ বাবে গঠন কৰি দিয়া যুটীয়া কমিটীৰ দুখনকৈ বৈঠক অনুষ্ঠিত হ'ব অহা 28 আৰু 29 অক্টোবৰত ৷ আনহাতে এই বৈঠকৰ পূৰ্বেই কেন্দ্ৰীয় চৰকাৰে ইয়াৰ সদস্যসকলক জাননী জাৰী কৰিছে ৷

সেই অনুসৰি কমিটীৰ সৈতে এই বৈঠকত উপস্থিত থাকিব লাগিব টুইটাৰ আৰু আমাজনৰ বেৱ ছাৰ্ভিচৰ প্ৰতিনিধিসকলে 28 অক্টোবৰত এই বৈঠকত উপস্থিত থাকিব লাগিব ৷ আনহাতে পেটিএম আৰু গুগলৰ প্ৰতিনিধিয়ে 29 অক্টোবৰত এই বৈঠকত অংশগ্ৰহণ কৰিব লাগিব ৷ বৈঠকত ডাটা সুৰক্ষা সন্দৰ্ভত তেওঁলোকে মৌখিক প্ৰমাণ প্ৰদান কৰিব লাগিব ৷

পাৰ্লিয়ামেন্ট হাউচত অনুষ্ঠিত হ'বলগীয়া এই বৈঠকত সকলোকে জৰুৰীভাৱে উপস্থিত থাকিবলৈ কাঢ়া নিৰ্দেশনা প্ৰদান কৰা হৈছে ৷

2019ৰ 11 ডিচেম্বৰত এই কমিটীখন গঠন কৰা হৈছিল ৷ বিজেপি সাংসদ মীনাক্ষি লেখীৰ অধ্যক্ষতাত গঠন কৰা কমিটীখনত আছে এছএছ আহলুৱালিয়া, পিপি চৌধুৰী,ৰাজীৱ চক্ৰৱৰ্তী,ডেৰেক অ' ব্ৰেইন আৰু অন্যান্যসকল ৷

লগতে পঢ়ক : উত্তৰাখণ্ডৰ চিনিআলিচৌৰ বিমানঘাটিত এএন -32ৰ সফল অৱতৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.