ETV Bharat / bharat

JNU হৈছে ৰাষ্ট্ৰীয় বিৰোধী স্থলীঃ পিংকী চৌধুৰী

author img

By

Published : Jan 7, 2020, 2:22 PM IST

Updated : Jan 7, 2020, 2:39 PM IST

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত সংঘটিত হোৱা আক্ৰমণৰ দায়িত্ব গ্ৰহণ হিন্দু সুৰক্ষা দলৰ ৷ এই কথা উল্লেখ কৰে হিন্দু সুৰক্ষা দলৰ পিংকী চৌধুৰীয়ে ৷

JNU হৈছে ৰাষ্ট্ৰীয় বিৰোধী স্থলীঃ পিংকী চৌধুৰী
JNU হৈছে ৰাষ্ট্ৰীয় বিৰোধী স্থলীঃ পিংকী চৌধুৰী

নিউজ ডেস্ক, 7 জানুৱাৰীঃ দেওবাৰে নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত সংঘটিত হৈছিল অপ্ৰীতিকৰ ঘটনা ৷ একাংশ মুখা পিন্ধা যুৱক-যুৱতীয়ে হাতত লাঠি, লোহাৰ ৰ’ড আদি লৈ আক্ৰমণ চলাইছিল বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি আইছি ঘোষ, শিক্ষকৰ লগতে বহু ছাত্ৰ-ছাত্ৰীৰ ওপৰত ৷ য’ত গুৰুতৰ ভাৱে আহত হৈছিল ছাত্ৰ একতা সভাৰ সভাপতিগৰাকী ৷

  • कल जेएनयू कांड की पूरी जिम्मेदारी ले ली है इसने। दिल्ली पुलिस के लिए केस आसान हो गया pic.twitter.com/528nk3YTR8

    — Narendra nath mishra (@iamnarendranath) January 6, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

এই সমগ্ৰ তদন্ত চলি থকাৰ মাজতেই হিন্দু সুৰক্ষা দলৰ ভূপেন্দ্ৰ টোমাৰ ওৰফে পিংকী চৌধুৰীয়ে এটা 1.59 ছেকেণ্ডৰ ভিডিঅ’ত সমগ্ৰ ঘটনাৰ দায়িত্বগ্ৰহণ কৰাৰ লগতে JNU দীৰ্ঘদিনৰ পৰা বাওঁপন্থীৰ ৰাষ্ট্ৰীয় বিৰোধী ঘাটিৰ প্ৰধানস্থলী হৈ পৰিছে বুলি উল্লেখ কৰি হিন্দু ধৰ্মৰ বিৰুদ্ধে অসৎ মন্তব্য কৰিলে এনেদৰেই প্ৰত্যুত্তৰ দিয়া হ’ব বুলি হুংকাৰ দিয়ে ৷ এই সমগ্ৰ ঘটনা পোহৰলৈ অহা পাচত দিল্লী পুলিছে কি ব্যৱস্থা গ্ৰহণ কৰিব সেইয়া হে পৰৱৰ্তী সময়ত লক্ষ্যণীয় হ’ব ৷

Last Updated : Jan 7, 2020, 2:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.