ETV Bharat / bharat

৯৯৯ টকাত জিঅ'ই ঘোষণা কৰিছে বছৰৰ বাবে আমাজন প্ৰাইমৰ সদস্যপদ

author img

By

Published : Jun 12, 2020, 4:50 PM IST

জিঅ'ফাইবাৰৰ নতুন আৰু পুৰণি ব্যৱহাৰকাৰীৰ যিসকলে গোল্ড অথবা ততোধিক প্লেনৰ ৰিচাৰ্জ কৰে তেওঁলোকে লাভ কৰিব পাৰিব এই অফাৰ।

Jio
Jio announces 1 year Amazon Prime membership worth Rs 999

নিউজ ডেস্ক, ১২ জুনঃ ৯৯৯ টকাত কোনো ধৰণৰ অতিৰিক্ত খৰছ নোহোৱাকৈ বছৰৰ বাবে আমাজন প্ৰাইমৰ সদস্যপদ লাভ কৰিব পাৰিব ৰিলায়েঞ্চ জিঅ'ৰ গ্ৰাহকে। শুকুৰবাৰে টেলিক'ম কোম্পানীটোৱে জিঅ'ফাইবাৰ ব্যৱহাৰকাৰীৰ বাবে এই সুবিধা ঘোষণা কৰিছে।

जिओ
जिओ

জিঅ'ফাইবাৰৰ নতুন আৰু পুৰণি ব্যৱহাৰকাৰীৰ যিসকলে গোল্ড অথবা ততোধিক প্লেনৰ ৰিচাৰ্জ কৰে তেওঁলোকে এই অফাৰ লাভ কৰিব পাৰিব। জিঅ'ই ইতিমধ্যে গোল্ড অথবা ততোধিক প্লেনৰ ৰিচাৰ্জ কৰা গ্ৰাহকসকলৰ বাবে এই সুবিধা আগবঢ়াইছে।

তদুপৰি, চিলভাৰ আৰু ব্ৰঞ্জ প্লেনৰ ৰিচাৰ্জ কৰা গ্ৰাহকসকলে গোল্ড অথবা ততোধিক প্লেনৰ ৰিচাৰ্জ কৰি জিঅ'ফাইবাৰলৈ উন্নীত কৰিলে এই অফাৰ লাভ কৰিবলৈ সক্ষম হ'ব।

আমাজন প্ৰাইম সদস্যপদ সক্ৰিয় কৰিব কৰাৰ পদক্ষেপসমূহঃ

১. জিঅ'ফাইবাৰ ব্যৱহাৰকাৰীসকলে এই ৰিচাৰ্জ কৰি জিঅ'ফাইবাৰ গোল্ড অথবা ততোধিক প্লেন সক্ৰিয় কৰিব লাগিব। (JioFiber user needs to recharge and activate JioFiber Gold or above plan.)

২.মাইজিঅ' এপ অথবা জিঅ'.কমলৈ গৈ নিজৰ জিঅ'ফাইবাৰ একাউণ্ট লগ-ইন কৰিব লাগিব । (Visit MyJio app or Jio.com and log in to your JioFiber account.)

৩. এবছৰ আমাজন প্ৰাইম সদস্যপদ বেনাৰত ক্লিক কৰি নিজৰ আমাজন একাউণ্ট চাইন-ইন কৰি এই সুবিধা উপভোগ কৰিব পাৰে। (Click on the 1-Year Amazon Prime Membership BANNER and sign-in to your Amazon Prime account to enjoy.)

আমাজন প্ৰাইম সদস্যপদ গ্ৰহণ কৰা জিঅ'ফাইবাৰ গ্ৰাহকসকলে কোনো ধৰণ অতিৰিক্ত খৰছ নকৰাকৈ প্ৰতিদিনে উপভোগ কৰিব পাৰিব নতুন নতুন ছবি, চিৰিজ আদি।

ইয়াৰোপৰি ব্যৱহাৰকাৰীসকলে লাভ কৰিব আন আন সুবিধা -

১. আমাজন প্ৰাইম ভিডিঅ' (হিন্দী,ইংৰাজী,মাৰাঠী,তামিল,মালয়ালম,গুজৰাটী,তেলেগু,কানাড়া,পাঞ্জাৱী আৰু বাংলা)

২. আমাজনক সামগ্ৰী অৰ্ডাৰ কৰিলে বিনামূলীয়াকৈ শীঘ্ৰে লাভ কৰিব পাৰিব।

৩. প্ৰাইম বিজ্ঞাপন বিৰতি নোহোৱা মিউজিক ।

৪. প্ৰাইম গেম ।

৫. প্ৰাইম পঢ়াৰ সুবিধা আদি

লগতে চাওকঃ নগাঁৱৰ পুৰণিগুদামত উদ্ধাৰ আঘাতপ্ৰাপ্ত ধনেশ পক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.