ETV Bharat / bharat

জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ সন্মুখত ছাত্ৰ সংঘৰ প্ৰতিবাদ

author img

By

Published : Nov 11, 2019, 12:55 PM IST

Updated : Nov 11, 2019, 3:02 PM IST

দিল্লীস্থিত জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী বিশ্ববিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ ৷ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বৃদ্ধি কৰা মাচুলকৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷

ছাত্ৰ সংঘৰ প্ৰতিবাদ

নিউজ ডেস্ক, 11 নৱেম্বৰঃ সোমবাৰে দিল্লীস্থিত জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ একতা সভাই ৷ প্ৰতিবাদী কাৰ্যসূচীত ছাত্ৰ একতা সভাক পূৰ্ণৰূপে সহযোগ আগবঢ়াই বিশ্ববিদ্যালয়খনৰ অন্যান্য শিক্ষাৰ্থীসকলে ৷ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বৃদ্ধি কৰা মাচুলকৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ প্ৰতিবাদী শিক্ষাৰ্থীৰ মন্তব্য-

বিগত চল্লিশ দিন ধৰি আমি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছো, কিন্তু আমাৰ প্ৰতিবাদক কোনোধৰণৰ কেৰেপ কৰা নাই বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ৷ বিশ্ববিদ্যালয়খনৰ প্ৰায় 40 শতাংশ শিক্ষাৰ্থীয়ে দুখীয়া পৰিয়ালৰ পৰা আহে বুলিও জনায় প্ৰতিবাদকাৰী শিক্ষাৰ্থীসকলে ৷

প্ৰতিবাদী ছাত্ৰ-ছাত্ৰী

উল্লেখ্য যে, সোমবাৰে জে এন ইউত অনুষ্ঠিত হৈছে 3 সংখ্যক সমাৱৰ্তন অনুষ্ঠান ৷ দেশৰ উপ-ৰাষ্ট্ৰপতি ভেংকাইয়া নাইডু আৰু মানৱ সম্পদ উন্নয়ন দপ্তৰৰ মন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাঙক সমাৱৰ্তন অনুষ্ঠানটোৰ মুখ্য অতিথিৰূপে উপস্থিত থাকে ৷ ভেংকাইয়া নাইডু সমাৱৰ্তন অনুষ্ঠানত উপস্থিত হোৱাৰ পাচতেই প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলে অৱৰোধ কৰে নেলছন মেণ্ডেলা ৰোড ৷

লগতে পঢ়কঃ কামাখ্যা ধামত দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ

Intro:Body:

JNU student union protest

Conclusion:
Last Updated : Nov 11, 2019, 3:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.