ETV Bharat / bharat

প্লাষ্টিকৰ বটলৰ বিনিময়ত একাপ চাহ বিনামূল্যে - জিলা নিগম

বিজয়পুৰাৰ নগৰ প্ৰশাসনে প্লাষ্টিকৰ ব্যৱহাৰত বিৰাম লগাবলৈ আৰু এখন পৰিস্কাৰ সমাজ গঢ়িবলৈ নাগৰিকৰ সহযোগিতা পাবলৈ ষ্টিকৰ বটলৰ পৰিৱৰ্তে একাপ চাহ প্ৰদান কৰে ৷

প্লাষ্টিকৰ বটল
প্লাষ্টিকৰ বটল
author img

By

Published : Jan 27, 2020, 7:51 PM IST

নিউজ ডেস্ক, 27 জানুৱাৰীঃ নাগৰিকৰ মাজত সচেতনতা প্ৰচাৰৰ বাবে আৰু প্লাষ্টিক প্ৰদূষণ হ্ৰাস কৰিবলৈ বিজয়পুৰাৰ ইন্দিৰা কেন্টিনে প্লাষ্টিকৰ বটলৰ পৰিৱৰ্তে একাপ চাহ প্ৰদান কৰে ৷ নগৰ প্ৰশাসনে প্লাষ্টিকৰ ব্যৱহাৰত বিৰাম লগাবলৈ আৰু এখন পৰিস্কাৰ সমাজ গঢ়িবলৈ নাগৰিকৰ সহযোগিতা পোৱাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰে ৷ সংগ্ৰহ কৰা বটলবোৰ কেন্টিনৰ পৰা আনি বাগলকোটৰ জে.কে চিমেন্ট ফেক্টৰীত চিমেন্টৰ লগত মিশ্ৰণ কৰিবলৈ পঠিওৱা হয় ৷ যাৰ ফলত ইয়াৰ গুণাগুণ বৃদ্ধি পায় ৷

প্লাষ্টিকৰ বটলৰ বিনিময়ত একাপ চাহ বিনামূল্যে

সম্প্ৰতি জিলা নিগমৰ বিষয়ববীয়াসকলে খুচুৰা আৰু পাইকাৰী দোকানৰ পৰা প্ৰায় 14 টন প্লাষ্টিক জব্দ কৰিছে ৷ প্ৰতিদিনে ৱেষ্ট মেনেজমেন্ট চাইটৰ পৰাও প্ৰায় 400 কিলোগ্ৰাম সংগ্ৰহ কৰা হয় ৷

লগতে পঢ়ক ঃ প্লাষ্টিকৰ বিৰুদ্ধে সংগ্ৰাম কৰ্ণাটকৰ এগৰাকী অভিযন্তাৰ

Intro:Body:

Get a cup of tea free in exchange for plastic bottle

Vijayapura (Karnataka): In an attempt to create awareness among citizens and reduce plastic pollution, Indira Canteens in Vijaypura are offering a cup of tea in exchange for a plastic bottle.

The city administration came up with this idea to curb plastic-use and seek cooperation from its citizens to ensure a clean society.

“This is a programme to complement the nationwide-drive launched to curb single-use plastic,” said City Corporation officials.

The plastic bottles from the canteens are then sent to JK Cement factory in Bagalkot to be mixed with cement and increase its quality.

The initiative was introduced after there was a sudden increase in the use of plastic.

Recently, the corporation officials also seized around 14 tonnes of plastic from retail and wholesale stores.

Everyday around 400 kg of plastic is collected at the solid waste management site in the city.

===============================================

Vijaypura, 

Karnataka

VO: In an attempt to create awareness among citizens and reduce plastic pollution, Indira Canteens in Vijaypura are offering a cup of tea in exchange for a plastic bottle.

GFX: Indira Canteens offer cup of tea in exchange for plastic bottles

VO: The city administration came up with this idea to curb plastic-use and seek cooperation from its citizens to ensure a clean society.

GFX: Ideated to curb single-use plastic and ensure cleaner surroundings

---------------------------

BYTE-----Prashant

Local resident

Throwing bottles everywhere creates health issues

If we bring four plastic bottles, the city corporation will give us a cup of tea

This is a good program, I wish every district of the states follows this

These plastic bottles are being sent to Cement factory

I hope District administration's program will be useful

-------------------

VO: The plastic bottles from the canteens are then sent to JK Cement factory in Bagalkot to be mixed with cement and increase its quality.

GFX: Plastic sent to JK Cement factory to be mixed with cement

VO: Recently, the corporation officials also seized around 14 tonnes of plastic from retail and wholesale stores.

GFX: City corporation seize 14 tonnes of plastic

VO: Everyday around 400 kg of plastic is collected at the solid waste management site in the city.

GFX: 400 kg of plastic collected each day

======================

Byte Translation: Throwing bottles everywhere creates health issues

If we bring four plastic bottles, city corporation will give a cup of tea

This is a good program, I wish every district of the states should follow this

These plastic bottles are being sent to Cement factory

I hope District administration's this program will be useful

Duration: 

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.