ETV Bharat / bharat

ভুপাল চহৰক প্লাষ্টিক মুক্ত কৰিবলৈ পৌৰ নিগমৰ এক ব্যতিক্ৰমী পদক্ষেপ - ভাৰতৰ আটাইতকৈ পৰিস্কাৰ চহৰ

ভুপাল চহৰখনক প্লাষ্টিক মুক্ত কৰিবলৈ কেইবা ঠাইতো পৌৰ নিগমে, কাপোৰৰ বেগ চিলাই কৰা কিয়স্কচ্ মেচিন স্থাপন কৰে ৷ য'ত চিলাই মেচিনৰ সহায়েৰে পুৰণি কাপোৰসমূহক ব্যৱহাৰযোগ্য কেৰী বেগলৈ ৰূপান্তৰিত কৰা হয় ৷

ভুপাল পৌৰ নিগমৰ এক ব্যতিক্ৰমী পদক্ষেপ
ভুপাল পৌৰ নিগমৰ এক ব্যতিক্ৰমী পদক্ষেপ
author img

By

Published : Jan 12, 2020, 1:52 PM IST

নিউজ ডেস্ক, 12 জানুৱাৰীঃ ভুপাল পৌৰ নিগমে যোৱা ছেপ্তেম্বৰ মাহত প্লাষ্টিক ব্যৱহাৰত বিৰাম লগাবলৈ এক ব্যতিক্ৰমী অনুপ্ৰেৰণামূলক পদক্ষেপ গ্ৰহণ কৰে ৷ চহৰখনক প্লাষ্টিক মুক্ত কৰিবলৈ কেইবা ঠাইতো পৌৰ নিগমে, কাপোৰৰ বেগ চিলাই কৰা কিয়স্কচ্ মেচিন স্থাপন কৰে ৷ এই মেচিনত চিলাই মেচিনৰ সহায়েৰে পুৰণি কাপোৰ সমূহক ব্যৱহাৰযোগ্য কেৰী বেগলৈ ৰূপান্তৰিত কৰা হয় ৷ এই বেগসমূহ ক্ৰয়ৰ বাবদ 5 টকা ব্যয় কৰিব লাগে, যি টকা তেওঁলোকক পুণৰ উভতাই দিয়া হয়, যদিহে তেওঁলোকে নিজৰ পুৰণি কাপোৰবোৰ প্ৰদান কৰে ৷

ভুপাল পৌৰ নিগমৰ এক ব্যতিক্ৰমী পদক্ষেপ

পুৰণি কাপোৰৰ পুনৰ ব্যৱহাৰৰ ফলত চহৰখনত প্লাষ্টিকৰ ব্যৱহাৰ বহু পৰিমাণে হ্ৰাস পাইছে ৷ উল্লেখ্য যে, বিগত বৰ্ষৰ পৰিস্কাৰ-পৰিচ্ছন্নতাৰ এক সমীক্ষাত কেন্দ্ৰীয় চৰকাৰে ইন্দোৰক ভাৰতৰ 'আটাইতকৈ পৰিস্কাৰ চহৰ' হিচাপে স্বীকৃতি প্ৰদান কৰাৰ লগতে ভুপালক 'আটাইতকৈ পৰিস্কাৰ ৰাজধানী' হিচাপে নামাকৰণ কৰা হৈছিল ৷

লগতে পঢ়কঃ প্লাষ্টিকৰ প্ৰয়োগ হ্ৰাস কৰিবলৈ 'বাচন বেংক' স্থাপন মধ্য প্ৰদেশৰ বেতুল গাঁৱত

Intro:Body:

An initiative towards keeping Bhopal plastic-free

Bhopal: Bhopal Municipal Corporation (BMC) started a unique and inspiring anti-plastic drive in the month of September.

In order to make the city plastic-free, BMC  set up cloth- bag sewing kiosks at several places.

At these kiosks, with the help of sewing machines, old clothes are transformed into carrying bags.

People here can buy cloth bags at just Rs 5, which gets refunded if they bring their own old clothes.

Talking to ETV Bharat, Rabia, who works at one of the kiosks said, "We are receiving good response but people are still hesitant in buying these bags."

"But people are making a contribution to the cause, as I'm able to sell 10-15 bags easily on a daily basis. Those who bring old clothes are given carrying bags free of cost," added Rabia.

Reusing and recycling old clothes have in turn reduced plastic waste too in the city.

Last year, Indore was adjudged as India's Cleanest City for the third consecutive year in the central government's cleanliness survey, while Bhopal was named as the ‘Cleanest Capital’ of India.

================================

VO: Bhopal Municipal Corporation (BMC) started a unique and inspiring anti-plastic drive in the month of September.

VO:In order to make the city plastic-free, BMC set up cloth- bag sewing kiosks at several places.

VO:At these kiosks, with the help of sewing machines, old clothes are transformed into carry bags.

VO:People here can buy cloth bags at just Rs 5, which gets refunded if they bring their own old clothes.

VO:Reusing and recycling old clothes have in turn reduced plastic waste too in the city.

VO:Last year, Indore was adjudged as India's Cleanest City for the third consecutive year in the central government's cleanliness survey, while Bhopal was named as the ‘Cleanest Capital’ of India.

GFX:An initiative towards keeping Bhopal plastic-free

GFX:BMC set up cloth- bag sewing kiosks at several places

GFX: At these kiosks, old clothes are transformed into carrying bags

GFX:Cost of the cloth-bag is only five rupees

GFX:Reusing and recycling old clothes have in turn reduced plastic waste too in the city

GFX:Bhopal was named as the ‘Cleanest Capital’ of India

Transcript :01.04-02.14

Name:Rabia

Designation:Worker 

-People are bringing ploythene in large numbers and we are accepting it.

-Response of the general public is appreciable but we are facing problem while selling these cloth- bags.

-People are hesitant while buying these cloth-bags but the response is obviously better than earlier. 

-The cost of the bag is only five rupees and those who bring old clothes are given carrying bags free of cost

-But people are making a contribution to the cause, as I'm able to sell 10-15 bags easily on a daily basis. 

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.