ETV Bharat / bharat

জলশক্তি মন্ত্ৰীয়ে পৰিদৰ্শন কৰিব অসমৰ বান পৰিস্থিতি - flood

অসমৰ বান সমস্যাৰ বিষয়টো সদনৰ শূন্য কালত উপস্থাপন কৰে সাংসদ বৈশ্যই ৷ ইতিমধ্যে কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে ফোনযোগে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰা বুলি জানিব পৰা গৈছে ৷

জলশক্তি মন্ত্ৰীয়ে পৰিদৰ্শন কৰিব অসমৰ বান পৰিস্থিতি
author img

By

Published : Jul 15, 2019, 3:19 PM IST

নতুন দিল্লী, 15 জুলাইঃ অসমৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ মঙলবাৰে অসমত উপস্থিত হ'ব কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱট ৷ এই কথা প্ৰকাশ কৰিছে অসম গণ পৰিষদৰ ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই ৷ সোমবাৰে অসমৰ বান সমস্যাৰ বিষয়টো সদনৰ শূন্য কালত উপস্থাপন কৰে সাংসদ বৈশ্যই ৷ ইতিমধ্যে কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে ফোনযোগে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰা বুলি জানিব পৰা গৈছে ৷

Intro:New Delhi: Jal Shakti Minister Gajendra Singh Sekhawat will visit Assam on Tuesday to take stock of the present flood situation of the state.

Body:Asom Gana Parishad (AGP) MP Biren Baisya called on Sekhawat in the Parliament House and raised the issue of perennial flood problem of Assam.

"The Union Minister or visiting Assam tomorrow. He had a talk with Assam Chief Minister over The present situation," said Baisya while talking to ETV Bharat.

The AGP MP raised the issue in the Rajya Sabha during zero hour. "I have tried to attract the attention of the central government as well as the attention of all Indians over the serious flood situation in Assam," said Baisya.

Conclusion:Baisya said that both Assam government and the Governmnet at the Centre are giving due importance to the flood problem of the state.

"Apart from providing funds for relief and rescue operation, the government is closely monitoring the situation," said Baisya.

end.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.