ETV Bharat / bharat

ইৰানিয়ান বৈদেশিক মন্ত্ৰীৰে সাক্ষাৎ এছ. জয়শংকৰৰ

মঙলবাৰে বৈদেশিক মন্ত্ৰী এছ. জয়শংকৰে ইৰানিয়ান বৈদেশিক মন্ত্ৰী জাভেদ জাৰিফক তেহৰাণত সাক্ষাৎ কৰে ৷

author img

By

Published : Sep 9, 2020, 3:21 AM IST

তেহৰাণ
ইৰানিয়ান বৈদেশিক মন্ত্ৰীৰে সাক্ষাৎ এছ. জয়শংকৰৰ

নেশ্যনেল ডেস্ক, 9 ছেপ্তেম্বৰ : মঙলবাৰে বৈদেশিক মন্ত্ৰী এছ. জয়শংকৰে ইৰানিয়ান বৈদেশিক মন্ত্ৰী জাভেদ জাৰিফক তেহৰাণত সাক্ষাৎ কৰে ৷ উল্লেখ্য যে, ছাংঘাই কৰ্পৰেছন অৰ্গেনাইজেশ্যনৰ (SCO) অধীনৰ বৈদেশিক মন্ত্ৰীসকলৰ সৈতে মিলিত হোৱাৰ বাবে ৰাছিয়া ভ্ৰমণ কৰিছিল জয়শংকৰে ৷

75 সংখ্যক ৰাষ্ট্ৰসংঘৰ বৰ্ষপূৰ্তি শুভ মুহূৰ্তত SCO ত বৈদেশিক মন্ত্ৰীসকলে আন্তৰাষ্ট্ৰীয় আৰু আঞ্চলিক বিভিন্ন বিষয়ত আলোচনা কৰিব ৷

SCO ত গুৰুত্বপূৰ্ণ বৈদেশিক নীতি তথা বৈশ্বিক ৰাজনীতি আৰু ক'ভিড-19 ৰ সামাজিক-অৰ্থনৈতিক প্ৰভাৱ আদি সম্পৰ্কত আলোচনা কৰা হ'ব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.