ETV Bharat / bharat

জামিয়া গুলীবৰ্ষণ : লোকসভাত স্থগিতাকৰণৰ জাননী প্ৰদান IUML সাংসদৰ - লোকসভা

জামিয়া গুলীবৰ্ষণ সন্দৰ্ভত লোকসভাত স্থগিতাকৰণৰ জাননী প্ৰদান কৰিছে IUMLৰ সাংসদ পি. কে. কুনহালিকুট্টীয়ে ৷ অনুৰাগ ঠাকুৰ আৰু পৰবেশ বৰ্মা সম্পৰ্কতো মন্তব্য আগবঢ়াই সাংসদগৰাকীয়ে ৷

লোকসভাত স্থগিতাকৰণৰ জাননী প্ৰদান
IUML ৰ সাংসদ পি. কে. কুনহালিকুট্টী
author img

By

Published : Feb 3, 2020, 9:10 PM IST

নেশ্যনেল ডেস্ক, 3 ফেব্ৰুৱাৰী : ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগৰ (IUML) সাংসদ পি. কে. কুনহালিকুট্টীয়ে জামিয়া গুলীবৰ্ষণ কাণ্ড সন্দৰ্ভত লোকসভাত স্থগিতাকৰণৰ জাননী প্ৰদান কৰিছে ৷ লগতে সাংসদগৰাকীয়ে এক বিবৃতিত প্ৰকাশ কৰে যে, 'শান্তি-সম্প্ৰীতি ধংস' আৰু 'মতভেদ বৃদ্ধি' কৰাত বিজেপিৰ সাংসদ অনুৰাগ ঠাকুৰ আৰু পৰবেশ বৰ্মাৰ ক্ষমতা আছে ৷ উল্লেখ্য যে, দেওবাৰে নিশা ভাগত জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ 5 নং গেটত এক গুলীবৰ্ষণৰ ঘটনা সংঘটিত হৈছিল ৷

আনহাতে, বৃহস্পতিবাৰৰ দিনা ভাৰতীয় নিৰ্বাচনী আয়োগে (ECI) তৎক্ষণাত কাৰ্যকৰী হোৱাকৈ কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰৰ 72 ঘন্টা আৰু বিজেপি সাংসদ পৰবেশ চাহিব সিং বৰ্মাৰ 96 ঘন্টাৰ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণত নিষেধাজ্ঞা আৰোপ কৰিছিল ৷ বিজেপিৰ দুয়োগৰাকী নেতাই নিৰ্বাচনী প্ৰচাৰৰ সময়ত কৰা বিৰূপ মন্তব্যৰ বাবে সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ উল্লেখ্য যে, 8 ফেব্ৰুৱাৰীত দিল্লী বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু 11 ফেব্ৰুৱাৰীত ভোট গণনা অনুষ্ঠিত হ'ব ৷

আৰু পঢ়ক : ফৰ্ৰুখাবাদ কাণ্ডৰ অভিযুক্তৰ কন্যাক নিজৰ কৰি লোৱা আৰক্ষী বিষয়াগৰাকী

Intro:Body:

IUML MP gives adjournment notice in Lok Sabha over Jamia firing

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.