ETV Bharat / bharat

1 এপ্ৰিলত ইছৰোৰ পিএছএলভি - চি45 উৎক্ষেপন

author img

By

Published : Mar 30, 2019, 9:21 PM IST

ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰই এপ্ৰিলৰ 1 তাৰিখে সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা পিএছএলভি - চি45 উৎক্ষেপন কৰিব ৷ এই কথা জানিব পৰা যায় ইছৰোৰ টুইটাৰ একাউন্টৰ জৰিয়তে ৷

ISRO TO LAUNCH PSLV-C45 ON APRIL 1

নিউজ ডেস্ক, 30 মাৰ্চ: ভাৰতীয় মহাকাশ গৱেষণাকেন্দ্ৰ চমুকৈ ইছৰোয়ে এপ্ৰিলৰ 1 তাৰিখে সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা পিএছএলভি - চি45 উৎক্ষেপন কৰিব ৷ ইছৰোৰ টুইটাৰ একাউন্টৰ জৰিয়তে জনোৱা মতে, শ্ৰীহৰিকোটাস্থিত মহাকাশ কেন্দ্ৰৰ পৰা এপ্ৰিলৰ 1 তাৰিখে ৰাতিপুৱা 9.30 বজাত উৎক্ষেপন কৰা হ'ব এই ছেটেলাইটটো ৷

উল্লেখ্য যে, জানুৱাৰী 24 তাৰিখে ভাৰতে পিএছএলভি - চি44 উৎক্ষেপন কৰিছিল ৷

নিউজ ডেস্ক, 30 মাৰ্চ: ভাৰতীয় মহাকাশ গৱেষনা কেন্দ্ৰ চমুকৈ ইছৰোয়ে এপ্ৰিলৰ 1 তাৰিখে  সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা পিএছএলভি - চি45 উৎক্ষেপন কৰিব ৷ ইছৰোৰ টুইটাৰ একাউন্টৰ জৰিয়তে জনোৱা মতে, শ্ৰীহৰিকোটাস্থিত মহাকাশ কেন্দ্ৰৰ পৰা এপ্ৰিলৰ 1 তাৰিখে ৰাতিপুৱা 9.30 বজাত উৎক্ষেপন কৰা হ'ব এই ছেটেলাইটটো ৷ 

উল্লেখ্য যে, জানুৱাৰী 24 তাৰিখে ভাৰতে পিএছএলভি - চি44 উৎক্ষেপন কৰিছিল ৷ 
PHOTO.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.