ETV Bharat / bharat

শ্ৰীহৰিকোটাৰ পৰা ইছৰোয়ে উৎক্ষেপন কৰিলে PSLV-C47

author img

By

Published : Nov 27, 2019, 10:58 AM IST

শ্ৰীহৰিকোটাৰ পৰা বুধবাৰে উৎক্ষেপন কৰা হয় Cartosat-3 আৰু 13 টা ক্ষুদ্ৰ ছেটেলাইট কঢ়িয়াই নিয়া PSLV-C47 ৷ এই উৎক্ষেপন অনুষ্ঠানত উপস্থিত থাকে ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰৰ অধ্যক্ষ কে. শিৱন ৷

শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপন
শ্ৰীহৰিকোটাৰ পৰা ইছৰোয়ে উৎক্ষেপন কৰিলে PSLV-C47

নেশ্বনেল ডেস্ক, 27 নৱেম্বৰ : ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰয়ে (ISRO) Cartosat-3 আৰু 13 টা ক্ষুদ্ৰ ছেটেলাইট কঢ়িয়াই নিয়া PSLV-C47 ৰ উৎক্ষেপন কৰে ৷ অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাস্থিত সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা বুধবাৰে PSLV-C47 ৰ উৎক্ষেপন কৰা হয় ৷

এই উৎক্ষেপন অনুষ্ঠানত উপস্থিত থাকে ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰৰ অধ্যক্ষ কে. শিৱন ৷

এই উৎক্ষেপনৰ পাচতে ইছৰোয়ে টুইটাৰৰ জৰিয়তে জনায়, "শ্ৰীহৰিকোটাৰ পৰা Cartosat-3 আৰু 13 টা ক্ষুদ্ৰ ছেটেলাইট কঢ়িয়াই নিয়া PSLV-C47 ৰ উৎক্ষেপন কৰা হয় ৷"

মহাকাশ গৱেষণা কেন্দ্ৰটোৰ মতে, উৎক্ষেপনৰ দ্বিতীয় পৰ্যায়ৰ সম্পাদন স্বাভাৱিক আছিল ৷ Cartosat-3 হৈছে 'থাৰ্ড জেনেৰেছনৰ উন্নত পৰ্যায়ৰ উপগ্ৰহ' ৷ Cartosat-3 উপগ্ৰহক 97.5 ডিগ্ৰী প্ৰৱণতাত 509 কক্ষপথত ৰখা হ'ব ৷

আৰু পঢ়ক : ধৰ্ম নিৰপেক্ষতাই সবাতোকৈ ওপৰত

Intro:Body:Conclusion:

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.