ETV Bharat / bharat

সুখবৰ! ভাৰতত COVID-19 ত আৰোগ্যৰ সংখ্যা ২৪.৫৬ শতাংশ

ক্ৰমাৎ আৰোগ্য হৈছে COVID-19ত আক্ৰান্ত ৰোগী । বিগত ১৯ এপ্ৰিলত COVID-19ত আৰোগ্যৰ সংখ্যা ১৫ শতাংশ আছিল যদিও ২৯ এপ্ৰিলত মুঠ ২৪.৫৬ শতাংশ আৰোগ্য হৈছে বুলি মন্তব্য কৰে নীতি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া অমিতাভ কান্তে ।

author img

By

Published : Apr 29, 2020, 11:45 PM IST

COVID-19
সুখবৰ! ভাৰতত COVID-19 ত আৰোগ্যৰ সংখ্যা ২৪.৫৬ শতাংশ

নিউজ ডেস্ক, ২৯ এপ্ৰিলঃ পূৰ্বৰ তুলনাত আৰোগ্য হৈছে COVID-19ত আক্ৰান্ত ৰোগীৰ সংখ্যা । বিগত ১৯ এপ্ৰিলত COVID-19ত আৰোগ্যৰ সংখ্যা ১৫ শতাংশ আছিল যদিও ২৯ এপ্ৰিলত মুঠ ২৪.৫৬ শতাংশ আৰোগ্য হৈছে বুলি মন্তব্য কৰে নীতি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া অমিতাভ কান্তে ।

  • Happy to note that with 7700 + recoveries, our COVID-19 recovery rate has improved. It was 15% on 19 April, 19.2% on 26 April and 24.56% today. We must keep working tirelessly on high case load states and districts to further improve our recovery rate. pic.twitter.com/od0ixAGCIF

    — Amitabh Kant (@amitabhk87) April 29, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে অমিতাভ কান্তে ৰাজ্য তথা জিলাসমূহত COVID-19 প্ৰতিৰোধ তথা স্বাস্থ্য ব্যৱস্থা উন্নত কৰাৰ উদ্দেশ্য কঠোৰ পৰিশ্ৰম কৰিব লাগিব বুলিও উল্লেখ কৰে ।

তেখেতে কয় যে, বৰ্তমান পৰ্যন্ত COVID-19ৰ পৰা আৰোগ্য হোৱা ৰোগীৰ সংখ্যা ৭৭০০ ৰো অধিক । বিগত এপ্ৰিলত আৰোগ্যৰ সংখ্যা আছিল ১৫%, ২৬ এপ্ৰিলত আৰোগ্যৰ সংখ্যা ১৯.২% আৰু বুধবাৰ তথা ২৯ এপ্ৰিলত আৰোগ্যৰ সংখ্যা ২৪.৫৬ শতাংশ ৷

আনহাতে, বৰ্তমান পৰ্যন্ত ভাৰতত COVID-19 ত আক্ৰান্তৰ মুঠ সংখ্য়া ৩১,৭৮৭ জন । তাৰোপৰি, দেশখনত বিগত ২৪ ঘণ্টাত ভাইৰাছত ১,৮১৩ জন ব্যক্তি আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ৭১ জনৰ । বৰ্তমানেও ২২,৯৮২ জন COVID-19 ত আক্ৰান্ত সক্ৰিয় ৰোগী আছে বুলি মন্তব্য কৰে স্বাস্থ্য মন্ত্ৰণালয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.