ETV Bharat / bharat

ভাৰতীয় ৰে'লৱে ৱেগনতে ব্যৱহাৰ কৰিব RFID প্ৰজেক্ট - Radio-Frequency Fdentification

ভাৰতীয় ৰে'লৱে ২০২২ চনলৈকে সকলো ৱেগন আৰু কোলোমোটিভত Radio-Frequency Fdentification Tags ব্যৱহাৰ কৰিব । RFID ৰ এই প্ৰজেক্টৰ জৰিয়তে এতিয়ালৈকে মুঠ ২৩,০০০ ৱেগন সামৰি লৈছে যদিও ভাৰতীয় ৰে'ল সেৱাই পাচত সকলো ৱেগনতে এই প্ৰজেক্ট ব্যৱহাৰ কৰিব বুলি সদৰি কৰে ।

ভাৰতীয় ৰে'লৱে
ভাৰতীয় ৰে'লৱে
author img

By

Published : Jul 24, 2020, 7:47 PM IST

নিউজ ডেস্ক, ২৪ জুলাইঃ ২০২২ চনৰ ডিচেম্বৰ মাহলৈকে অনুষ্ঠিত হ'বলগীয়া ভাৰতীয় ৰে'লৱে দিৱস উপলক্ষে ভাৰতীয় ৰে'ল সেৱাই সকলো ৱেগন আৰু কোলোমোটিভত Radio-Frequency Fdentification Tags (RFID)ব্যৱহাৰ কৰিব । RFID টেগৰ ব্যৱহাৰৰ জৰিয়তে ভাৰতীয় ৰে'ল বিভাগৰ ৱেগন আৰু কোলোমোটিভ তথা কোচৰ সঠিক অৱস্থান চিনাক্ত কৰিবলৈ সহজ হ'ব বুলি সদৰি কৰে ।

ভাৰতীয় ৰে'লৱে
ভাৰতীয় ৰে'লৱে ৱেগনতে ব্যৱহাৰ কৰিব RFID প্ৰজেক্ট

আনহাতে,ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে ৰে'লৱে বোৰ্ডৰ অধ্যক্ষ বিনোদ কুমাৰ যাদৱে কয় যে,ভাৰতীয় ৰে'লৱে ডিচেম্বৰ ২০২১ লৈকে ৬,০০০ টা ইঞ্জিনত Global Positioning System (GPS) লগাবলৈ প্ৰস্তুতি চলাইছে । যাৰ জৰিয়তে সকলো মালবাহী ৰে'ল আৰু যাত্ৰী বাহী ৰে'ল ট্ৰ্যাক কৰিব পাৰিব বুলি জানিবলৈ দিয়ে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.