ETV Bharat / bharat

ভাৰতীয় উপকূলীয় বাহিনীৰ জাহাজ C-452 মুকলি - দৃশ্য শ্ৰব্য আৰু যোগাযোগৰ সা-সৰঞ্জাম

মহাৰাষ্ট্ৰৰ ৰত্নগিৰীত ভিডিঅ' কনফাৰেন্সৰ যোগেদি মুকলি কৰা হ'ব ভাৰতীয় উপকূলীয় বাহিনীৰ জাহাজ C-452 ৷ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ "মেক ইন ইণ্ডিয়া" আৰু "আত্মনিৰ্ভৰশীল ভাৰত"ৰ ধাৰণা প্ৰদৰ্শন কৰা হৈছে ৷

Indian Coast Guard ship C-452 to be commissioned today
ভাৰতীয় উপকূলীয় বাহিনীৰ জাহাজ C-452 মুকলি
author img

By

Published : Nov 3, 2020, 1:27 PM IST

নেশ্যনেলডেস্ক,3 নৱেম্বৰ: মংগলবাৰে মহাৰাষ্ট্ৰৰ ৰত্নগিৰীত অতিৰিক্ত মহাপৰিচালক (পশ্চিমীয়া সামুদ্ৰিক) ৰাজন বাৰগোত্ৰাই ভিডিঅ' কনফাৰেন্সৰ যোগেদি ভাৰতীয় উপকূলীয় বাহিনীৰ জাহাজ C-452 মুকলি কৰিব ৷ জাহাজখন স্বদেশী ৰূপত লাৰ্সন এণ্ড টুব্ৰোৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে ৷ য'ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ "মেক ইন ইণ্ডিয়া" আৰু "আত্মনিৰ্ভৰশীল ভাৰত"ৰ ধাৰণা প্ৰদৰ্শন কৰা হৈছে ৷ ইয়াৰ আগতে মে' মাহত সুৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে গোৱাত ভাৰতীয় উপকূলীয় বাহিনীৰ জাহাজৰ লগতে দুখন বিশেষ জাহাজ C-450 আৰু C-451 মুকলি কৰিছিল ৷ ভাৰতীয় উপকূলীয় বাহিনীৰ পাঁচখন জাহাজ প্ৰথমবাৰৰ বাবে গোৱা শীপয়াৰ্দ লিমিটেডে নিৰ্মাণ কৰিছে ৷ য'ত অত্যাধুনিক দৃশ্য শ্ৰব্য আৰু যোগাযোগৰ সা-সৰঞ্জাম সংলগ্ন কৰা হৈছে ৷

লগতে পঢ়ক: বিহাৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী প্ৰচাৰ সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.